--°C
Loading...
Listen to Article
2 min read
80%

লাডাখ : লাডাখৰ গালোৱান উপত্যকাৰ ৰক্তক্ষয়ী সংঘাতৰ সময়ত প্ৰাণ পণ কৰি চীনা সৈন্যক বাধা দিয়া ১৬বিহাৰ বেটেলিয়নৰ কমেও ৫জন সৈনিকক মৰণোত্তৰভাৱে যচা হ’ব সন্মান।

আৰু পঢ়িব পাৰিব : কৃষি আইন স্থগিত কৰক, নহ’লে আমি স্থগিতৰ নিৰ্দেশ দিম : ন্যায়ালয়

গণৰাজ্য দিৱসৰ দিনা দেশৰ এইসকল বীৰ শ্বহীদক সন্মান যাচিব ৰাষ্ট্ৰই। এইসকলৰ ভিতৰত কৰ্ণেল বি সন্তোষ বাবুও আছে।

আৰু পঢ়িব পাৰিব : শান্তি সুদূৰপৰাহত নহয় জম্মু-কাশ্মীৰত! গৃহ মন্ত্ৰণালয়ে দিলে সুখবৰ

চীনৰ পিএলএক বাধা দিয়াৰ যুঁজত প্ৰাণ আহুতি দিয়া অধিকসংখ্যক সৈনিকক সন্মান যচাৰ বাবে ভাৰতীয় সেনাই চৰকাৰৰ সৈতে আলোচনা কৰিছে যদিও ‘হিন্দুস্তান টাইমছ’ৰ বাতৰি অনুসৰি কৰ্নেল বাবুকে ধৰি কমেও পাঁচগৰাকীক মৰণোত্তৰভাৱে সন্মান যচাটো নিশ্চিত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ