--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • অবৈধ গাঁজা সৰবৰাহৰ বিৰুদ্ধে বালাজান আৰক্ষীৰ বৃহৎ অভিযান। অভিযানত বৃহৎ পৰিমানৰ গাঁজা জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী।

ডিজিটেল ডেস্ক : অবৈধ গাঁজা সৰবৰাহৰ বিৰুদ্ধে বালাজান আৰক্ষীৰ বৃহৎ অভিযান। অভিযানত বৃহৎ পৰিমাণৰ গাঁজা জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী।


গোলকগঞ্জৰ পৰা গৌৰীপুৰ অভিমুখে গৈ থকা অৱস্থাত বালাজান ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বজাৰ চাৰিআলিত অভিযান চলাই জব্দ কৰে প্ৰায় ৬ কেজি গাঁজা আৰু আটক কৰে এটা গাঁজা সৰবৰাহকাৰী।


সৰবৰাহকাৰীটো ফকিৰগঞ্জ থানা এলাকাৰ কুতুবউদ্দিন আলী বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে।


কুতুবউদ্দিনে পশ্চিমবংগৰ পৰা ফকীৰগঞ্জ লৈ সৰবৰাহ কৰাৰ চেষ্টা কৰিছিল গাঁজাখিনি।


বৰ্তমান যুৱকজনক আটক কৰি অধিক তথ্যৰ বাবে সোধাপোচা অব্যাহত ৰাখিছে বালাজান আৰক্ষীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement