--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আকৌ আহিল ঘূৰ্ণি বতাহৰ খবৰ! এইবাৰ ঘূৰ্ণি বতাহ ফেংগালে চলাব তাণ্ডৱ৷ পাছে ক’ত-ক’ত পৰিব ফেংগাল ঘূৰ্ণি বতাহৰ প্ৰভাৱ? 

বৰ্তমান বংগোপসাগৰত শক্তি বাঢ়িছে ঘূৰ্ণিবতাহ ফেংগালৰ। বিগত ছয় ঘণ্টা ধৰি ঘণ্টাত ১৩ কিলোমিটাৰ বেগত উপকূলৰ ফালে আগবাঢ়িছে ফেংগাল৷

বতৰ বিজ্ঞান কেন্দ্ৰৰ শেহতীয়া আপডেট অনুসৰি পুৱা ৫:৩০ বজালৈকে ত্ৰিনকোমালিৰ পৰা ফেংগাল ১৩০ কিলোমিটাৰ দূৰত আছিল।

জানিব পৰা মতে, শুকুৰবাৰে অৰ্থাৎ ২৯ নৱেম্বৰত এই ঘূৰ্ণীবতাহে স্থলভাগত প্ৰৱেশ কৰাৰ সম্ভাৱনা আছে। ই তামিলনাডুৰ দক্ষিণ-পূব উপকূলত স্থলপথত প্ৰৱেশ কৰিব পাৰে। তামিলনাডু আৰু পুডুচেৰীত পৰিব ফেংগাল ঘূৰ্ণীবতাহৰ বিস্তৰ প্ৰভাৱ৷

বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি তামিলনাডু, পুডুচেৰী, অন্ধ্ৰ প্ৰদেশৰ উপকূলত ঘূৰ্ণীবতাহৰ প্ৰভাৱৰ বাবে ধাৰাসাৰ বৰষুণ হ’ব। 
পশ্চিমবংগৰো কোনো কোনো অঞ্চলত পৰিব প্ৰভাৱ। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ