--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • জুৰীয়াৰ থিয়টাঙনীত আছাদুল হক আৰু হেলিম উদ্দিনৰ ফৈদৰ বহু দিনৰ পৰা এই ভূমিক লৈ সংঘাত চলি আছিল।

ডিজিটেল ডেস্ক: ৰূপহীহাটৰ জুৰীয়াত ভূমিকেন্দ্ৰিক সংঘাতত আহত তিনিজন। এডোখৰ ভূমিক কেন্দ্ৰ কৰি দুই পক্ষৰ মাজত আৰম্ভ হয় ভূমিকেন্দ্রিক সংঘাত।


দুই পক্ষৰ আক্ৰমণ-প্রত্যাক্ৰমণত আহত হয় শিশুসহ তিনিজনকৈ লোক।


জুৰীয়াৰ থিয়টাঙনীত আছাদুল হক আৰু হেলিম উদ্দিনৰ ফৈদৰ বহু দিনৰ পৰা এই ভূমিক লৈ সংঘাত চলি আছিল।


অভিযোগ মতে হেলিম উদ্দিনৰ ফৈদে চোকা অস্ত্ৰ লৈ আশাদুল হকৰ ঘৰত আক্ৰমণ কৰে।


এই আক্ৰমণত আছাদুল হকৰ পৰিয়ালৰ তিনিজন সদস্য আঘাতপ্ৰাপ্ত হয়।


এই মাৰপিটৰ ঘটনাত এগৰাকী মহিলা আৰু এটি শিশুসহ তিনিজন লোক আঘাতপ্রাপ্ত হয়


দুয়ো পক্ষই পৃথকে পৃথকে জুৰীয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ