--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • বিদ্যালয়খনৰ ষ্টোৰ ৰূম হিচাপে ব্যৱহৃত কোঠাটোত দুৰ্বৃত্তই সংঘটিত কৰে এই ঘটনা। দুৰ্বৃত্তই জানি বুজি জুই লগাই দিয়াৰ সন্দেহ বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষৰ।

ডিজিটেল ডেস্কঃ হাজো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হুৱাদুৱা। বিদ্যালয়খনৰ পুৰণি বিজ্ঞান ভৱনৰ দুৱাৰত দুৰ্বৃত্তই লগাই দিলে জুই।


বিদ্যালয়খনৰ ষ্টোৰ ৰূম হিচাপে ব্যৱহৃত কোঠাটোত দুৰ্বৃত্তই সংঘটিত কৰে এই ঘটনা। দুৰ্বৃত্তই জানি বুজি জুই লগাই দিয়াৰ সন্দেহ বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষৰ।


ছাত্ৰ-ছাত্ৰী আৰু স্কুলৰ কৰ্মচাৰীৰ সহযোগত কোনোমতে নিৰ্বাপন কৰে জুই।


পূৰ্বেও বিদ্যালয়খনৰ অস্থায়ী কোঠাত দুৰ্বৃত্তই সংঘটিত কৰিছিল অনুৰূপ ঘটনা।


অতিশীঘ্ৰে দুৰ্বৃত্তক কৰায়ত্ত কৰি উচিত শাস্তি দিবলৈ আৰক্ষীক আহ্বান বিদ্যালয় কৰ্তৃপক্ষৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ