--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোৱা হয় মানুহৰ ভাগ্য মানুহৰ হাতৰ ৰেখাত লুকাই থাকে। হাতৰ তলুৱাত থকা ৰেখাবোৰে এজন ব্যক্তিৰ জীৱনৰ লগত জড়িত বহু কথাৰ তথ্য দিব পাৰে। হাতৰ ৰেখাবোৰে এজন ব্যক্তিৰ ভবিষ্যতৰ বিষয়েও বহু কথাই উন্মোচন কৰে। আমাৰ হাতত এনে ৰেখাও আছে, যিবোৰ অধ্যয়ন কৰি জনা যায় যে আপোনাৰ ভৱিষ্যতে হবলগীয়া স্বামী কেনে হ’ব। হাতত প্ৰেমৰ ৰেখা ক’ত আছে সেয়া আমি জনা উচিত। 

হাতৰ তলুৱা বিজ্ঞানৰ মতে বুধ পৰ্বতৰ ঠিক তলত, আপোনাৰ হাতৰ আটাইতকৈ সৰু আঙুলিৰ তলত যিবোৰ সৰু সৰু ৰেখা আছে, সেইবোৰক বিবাহ ৰেখা বোলা হয়। বাহিৰৰ পৰা অহা এই ৰেখাডালৰ তলত বক্ৰ ৰূপত মধ্য আঙুলিলৈ যোৱা ৰেখাক হৃদয় ৰেখা বোলা হয়। এই ৰেখাতে বিবাহিত জীৱনৰ প্ৰেম, পতি-পত্নীৰ আচৰণ আদিৰ বিষয়ে জানিব পৰা যায়।


১)যদি বিবাহ আৰু হৃদয়ৰ ৰেখা দুয়োটা পৰিষ্কাৰ আৰু স্পষ্ট হয় তেন্তে আপোনাৰ স্বামী সৎ, যত্নশীল আৰু ভাল উপাৰ্জনকাৰী হ’ব। 

২)যদি কাৰোবাৰ হৃদয় ৰেখাৰ আৰম্ভণিতে চৰাইৰ পাখিৰ দৰে মিহি ৰেখা থাকে, তেন্তে আপুনি বহুত ভাগ্যৱান হ’ব। তেওঁ ধন-সম্পত্তিৰে সমৃদ্ধ হ’ব। লগতে এনে এটা লাইন থকাৰ বাবে আপুনি আপোনাৰ কথা মানি চলা এজন স্বামী পাব।

৩)আনহাতে যদি ছোৱালীৰ হাতত থকা বিবাহৰ ৰেখাডাল চুটি হয় আৰু হৃদয় ৰেখাও ফাটি যায়, তেন্তে আপোনাৰ স্বামীয়ে হয়তো আপোনাক কম ভাল পাব। লগতে এনে ব্যক্তিৰ আন এটা প্ৰেমৰ সম্পৰ্ক থকাৰ সম্ভাৱনাও বেছি।

৪)যদি আপোনাৰ বিবাহৰ ৰেখাডাল দুটা ভাগত বিভক্ত হয়, তেন্তে বুজি লওক যে আপোনাৰ স্বামীয়ে হয়তো পিতৃ-মাতৃ আৰু পত্নীৰ মাজত সঠিক মিলন গঢ়ি তুলিব নোৱাৰিব।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ