--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হায়দৰাবাদৰ ঐতিহাসিক চাৰমিনাৰৰ কাষৰ গুলজাৰ হাউছৰ এটা ভৱনত দেওবাৰে সংঘটিত হোৱা অগ্নিকাণ্ডত ৮টা শিশুসহ ১৭জন লোকৰ মৃত্যু হয়। তেলেংগানাৰ অগ্নিনির্বাপক বাহিনীৰ সঞ্চালক প্রধানজনে জনোৱা মতে কৃষ্ণা পাৰ্লছৰ দোকান আৰু গুলজাৰ হাউছৰ আবাসিক চৌহদত দেওবাৰে পুৱা ৬-১৬ বজাত জুই লগাৰ খবৰ পোৱাৰ লগে লগে ১১খন গাড়ীৰে জুই নুমুৱাৰ চেষ্টা কৰে।

অগ্নিনির্বাপক বাহিনীৰ লোকে ১০-১৫জন লোকক উদ্ধাৰ কৰে যদিও ১৭জনৰ প্ৰাণ ৰক্ষা কৰিব পৰা নগ'ল। শ্বৰ্ট চাৰ্কিটৰ পৰা জুই লাগে বুলিও তেওঁ প্রকাশ কৰে।

ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘটনাত শোক প্ৰকাশ কৰি নিহতৰ পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে। ইয়াৰ লগতে প্রধানমন্ত্রীয়ে প্রধানমন্ত্রী সাহার্য পুজিৰ পৰা নিহতৰ নিকট আত্মীয়লৈ ২ লাখ টকাকৈ আৰু আহতক ৫০ হাজাৰ টকাকৈ সাহাৰ্য দিয়াৰ কথা ঘোষণা কৰে। তেলেংগানাৰ মুখ্য মন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে এই দুৰ্ঘটনাত গভীৰ শোক প্ৰকাশ কৰি আহতসকলৰ চিকিৎসাৰ বাবে নির্দেশ দিয়ে।

উল্লেখযোগ্য যে অগ্নিকাণ্ড সংঘটিত হোৱা অঞ্চলটোত কেইবাখনো গহনাৰ দোকান আছিল আৰু ঐতিহাসিক চাৰমিনাৰৰ সমীপত এই অগ্নিকাণ্ড সংঘটিত হৈছিল। আজিৰ এই অগ্নিকাণ্ডত জাহ যোৱা বহুতো দোকান শতিকা পুৰণি আছিল।

উৎসঃ দৈনিক জনমভূমি  

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ