--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : নিৰ্বাচনৰ প্ৰস্তুতি তীব্ৰগতিত চলি থকাৰ সময়তে স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ব্লু-প্ৰিণ্ট ৰচনা কৰি আজি গ্ৰেপ্তাৰ হ'ব লগা হ'ল আলফা নেতা৷ আলোচনাপন্থী আলফা নেতা প্ৰদীপ গগৈক আটক সোমবাৰে নিশা বাসগৃহৰ পৰা আটক কৰিলে দিছপুৰ আৰক্ষীয়ে৷

আৰু পঢ়িব পাৰিব : জেইই মেইনৰ ফলাফল ঘোষণা, ৬জন পৰীক্ষাৰ্থীয়ে লাভ কৰিলে ১০০ নম্বৰ

জানিব পৰা মতে মন্ত্ৰী শৰ্মাক হত্যা কৰাৰ সন্দৰ্ভত কাৰ্বি আংলঙৰ এজন যুৱকৰ সৈতে কথা পাতিছিল গগৈয়ে৷ ফোন ট্ৰেপিঙৰ ভয়ংকৰ তথ্য পোহৰলৈ অহাত আৰক্ষীয়ে আটক কৰে গগৈক৷ অৱশ্যে হত্যাকাণ্ডৰ অভিযোগ নস্যাৎ কৰিছে আলফা নেতা প্ৰদীপ গগৈয়ে৷

আৰু পঢ়িব পাৰিব : বৰপেটাত এছএছটিৰ অভিযানত ধনসহ আটক ৩ ধৃত

অৱশ্যে এই সন্দৰ্ভত দিছপুৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে৷ পৰৱৰ্তী সময়তহে জানিব পৰা যাব সবিশেষ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ