--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটীঃ নিৰ্বাচনৰ পূৰ্বেই কংগ্ৰেছ দলত আৰম্ভ হৈছে খহনীয়া৷ আজি কংগ্ৰেছ পদত্যাগৰ পাছতে এক বিস্ফোৰক মন্তব্য আগবঢ়াইছে অসম প্ৰদেশ কংগ্ৰেছ কমিটী (এপিচিচি)ৰ সাধাৰণ সম্পাদক কল্যাণ গগৈয়ে। মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখা সাংসদ গৌৰৱ গগৈক ‘ল’ৰা ৰজা’ আখ্যা পদত্যাগী নেতাগৰাকীৰ। ল’ৰা ৰজাই নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে বহুতক অংগক্ষত কৰাৰ দৰে গৌৰৱ গগৈয়েও বহুতক কৰিছে বুলি ক্ষোভ প্ৰকাশ নেতাগৰাকীৰ।

আৰু পঢ়িব পাৰিব : বৰপেটাত এছএছটিৰ অভিযানত ধনসহ আটক ৩ ধৃত


আনহাতে কংগ্ৰেছত ধনৰ বিনিময়তহে প্ৰাৰ্থিত্ব দিয়া হৈছে বুলিও অভিযোগ আনিছে কল্যাণ গৈগৈয়ে। ইফালে দলৰ বিশৃংখলতা দেখিও দেৱব্ৰত শইকীয়াই ‘নিমাতী কন্যা’ৰ ভাও ধৰাৰ লগতে ৰিপুন বৰাক এজন মেৰুদণ্ডহীন নেতা বুলিও মন্তব্য কৰে। কংগ্ৰেছত বৰ্তমান লবীকেন্দ্ৰিক ৰাজনীতিৰ প্ৰভাৱ পৰা বুলিও ক্ষোভ প্ৰকাশ কৰে নেতাজনে। অসমৰ চাৰিগৰাকী কংগ্ৰেছী নেতাক ‘বীৰা’ৰ লগত তুলনা কৰিছে পদত্যাগী নেতাগৰাকীয়ে।

আৰু পঢ়িব পাৰিব : কলিয়াবৰত ভয়ংকৰ পথ দুৰ্ঘটনা! মৃত্যু মহিলাৰ

টিকটৰ বিনিময়ত বহু নেতাৰপৰা বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰা বুলিও চাৰিজনৰ বিৰুদ্ধে অভিযোগ আনিছে। লগতে এআইইউডিএফৰ লগত কৰা মিত্ৰতা এক ঐতিহাসিক ভুল বুলিও কল্যাণ গগৈয়ে সংবাদ মাধ্যমৰ আঘত ক্ষোভ প্ৰকাশ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ