--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দীপক চাহাৰৰ বিবাহৰ আগৰ পৰাই ছ’চিয়েল মিডিয়াত ভনীয়েক মালতী চাহাৰৰ অন্তহীন উৎসাহ-উদ্দীপনা। টীম ইণ্ডিয়াৰ তাৰকা ক্ৰিকেটাৰগৰাকীৰ বিয়াত ভনীয়েকৰ সাজ-পোছাকো আছিল চকুত লগা। এইবাৰ চাহাৰৰ বিবাহৰ পিছত মালতীয়ে এনে এটা কাণ্ড কৰিলে, যিটো ছ’চিয়েল মিডিয়াত এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।

হনীমুনৰ পূৰ্বে ছ’চিয়েল মিডিয়াত ইঙ্গিতবহ ভাষাৰে দীপক চাহাৰক পৰামৰ্শ দিছে ভনীয়েক মালতীয়ে। ননভেজ কৌতুকৰ দৰেই আছিল মালতীৰ পৰামৰ্শ। হনীমুনলৈ গ’লেও সন্মুখত যে বিশ্বকাপ সেই কথা পাহৰি নাযাবলৈ পৰামৰ্শ দিছে ভনীয়েক মালতীয়ে।
 
টুইটাৰ আৰু ইনষ্টাগ্ৰামত একেখন ছবি পোষ্ট কৰি মালতীয়ে লিখিছে, ‘এইবাৰ ছোৱালীজনী আমাৰ হ’ল। বিবাহিত জীৱনৰ অলেখ শুভেচ্ছা। দীপক চাহাৰ হনীমুনলৈ গৈ নিজৰ পিঠিখন বচাই ৰাখিবা। সন্মুখত আমাৰ বিশ্বকাপ।’

স্মৰ্তব্য যে, ডাঙৰ চুক্তি লাভ কৰাৰ পিছতো আঘাতৰ বাবে আইপিএল ২০২২ত খেলিব পৰা নাছিল খেলুৱৈজনে। সেইবাবে জাতীয় দলৰ পৰাও আঁতৰি থাকিব লগা হৈছে তেওঁ। অৱশ্যে, বিশ্বকাপত অৱতীৰ্ণ হোৱাৰ সুযোগ এতিয়াও আছে দীপক চাহাৰৰ।



FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ডার্ক ঈগল’ৰে ইৰানত মোক্ষম আঘাত হানিব আমেৰিকাই!
জৌনপুৰত বিবাহৰ আনন্দ পৰিণত হ’ল বিষাদলৈ: বৰযাত্ৰীৰ মাজতে দৰাক গুলীয়াই হত্যা
আপোনাৰ ফোনলৈও আহিছে নেকি 'Extremely Severe Alert'? জানক ইয়াৰ প্ৰকৃত কাৰণ
অন্তর্ধান হ’ব ৮০% হিমবাহ; হিন্দুকুশ-হিমালয় অঞ্চললৈ অশনি সংকেত
কাজিৰঙাৰ চাৰিটা ম’হ মধ্য প্ৰদেশৰ কানহা বনাঞ্চললৈ
প্ৰকৃতিপ্ৰেমীৰ মনত আনন্দ; সুন্দৰ সুন্দৰ পৰিভ্ৰমী চৰাইৰে ভৰি পৰিছে মানাহ ৰাষ্ট্ৰীয় উদ্যান
খুতুৰা শাকৰ আছে বহু উপকাৰী গুণ; সুস্বাস্থ্য গঢ়াত কৰে সহায়
ভাৰতক ‘নৰকৰ দুৱাৰ’ আখ্যা ট্রাম্পৰ
মহানগৰীত দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা; ৩যুৱতীৰ নিহত, ৩যুৱক আহত
আমেৰিকা অভিমুখে যাত্রা ড° হেমচন্দ্র গোস্বামীৰ, মাজুলীৰ চামগুৰি সত্ৰৰ মুখালৈ আন্তঃৰাষ্ট্ৰীয় সমাদৰ
ইনষ্টাগ্ৰামত লাখে লাখে কমিল ৰাঘৱ চাদ্ধাৰ অনুৰাগী
ড° অশোক কুমাৰ লাহিড়ীক নিটি আয়োগৰ উপাধ্যক্ষৰূপে নিয়োগ
AIয়ে দিব বানপানীৰ আগজাননী
দিল্লীত ভয়ংকৰ পথ দুৰ্ঘটনা: তীব্ৰবেগী বাহনৰ খুন্দাত ৪ যুৱকৰ কৰুণ মৃত্যু