--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তোমাৰ নাম কি ? এই কৌতুহল মানুহৰ মনৰ পৰা আঁতৰিল ৷ পুনৰ আকৌ ৰাইজৰ মাজত আন এক কৌতুহল সৃষ্টি কৰিবলৈ আহিল  কেচটো নগেন ।

 ৰাইজক বিস্ময়,আমোদ-প্ৰমোদ দিবলৈ ছবি গৃহলৈ আহি আছে কেচটো নগেন। য’ত দৰ্শকে পাব এক সুকীয়া মাদকতা । ধনজিৎ দাসৰ পৰিচালনাত দক্ষিণ ভাৰতীয় ছবিক ফেৰ মাৰিব পৰাকৈ অহা ৯ মে' তাৰিখে ৰাজ্যখনৰ সকলো ছবি গৃহলৈ আহি আছে কেচটো নগেন নামৰ আন এখন বেংগান্তক হাস্যৰসৰ অসমীয়া বোলছবি ।

য'ত প্ৰবিন অভিনেতা অতুল পাঁচনি,তপন দাসৰ লগতে জনপ্ৰিয় অভিনেতা হিমাংশু প্ৰসাদ দাস , অমৃতা গগৈ , অংকিতা কাশ্যপ, অৰূপজ্যোতি দাসলৈ বহু কেইগৰাকী ন-পুৰণি কলা-কুশলী নাট্য শিল্পীয়ে অভিনয় কৰিছে ছবিখনত ।

কেচটো নগেনৰ  প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে  টংলা ছায়া ছবি গৃহত উপস্থিত হয় "কেচটো নগেন"' ছবিখনৰ  কলা-কুশলী সকল ।

স্থানীয় দল-সংগঠন শুভাকাংক্ষীৰ উপস্থিতিত সকলো ৰাইজক ছবিখন আকোৱালি ল’বলৈ অহ্বান "কেচটো নগেন" পৰিয়ালৰ ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ