--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা ফলাফলে কন্দুৱাইছে এটা পৰিয়ালক। ফলাফল বেয়া হোৱা নাই, বিদ্যালয়ৰ ভিতৰতে শীৰ্ষস্থান দখল কৰিছিল সেই ফলাফলে, পাছে ফলাফলটো লবলৈ ছাত্ৰীগৰাকীহে নাই। 

জীৱনৰ আটাইতকৈ ভাল খবৰটোৱে নাপালে থৈৱী মুখাৰ্জী নামৰ ছাত্ৰীগৰাকীয়ে। বিদ্যালয়ৰ ভিতৰতে শীৰ্ষস্থান দখল কৰিছিল থৈৱীয়ে কিন্তু ৰিজাল্ট দিয়াৰ দুদিন পূৰ্বে এই পৃথিৱী এৰি গুচি যায় মেধাৱী ছাত্ৰীগৰাকীয়ে। জণ্ডিছত আক্ৰান্ত হৈ মৃত্যুক সাৱটে থৈৱীয়ে।

এই কৰুণ ঘটনা ঘটিছে পশ্চিমবংগৰ বৰ্ধমানত। আসনছলৰ উমৰাণী গোৰাই মহিলা কল্যাণ বিদ্যালয়ৰ ছাত্ৰী থৈৱী মুখাৰ্জীয়ে ২০২৫ চনৰ মধ্যমিক পৰীক্ষাত ৬৭৪ নম্বৰ লাভ কৰে। ইয়াৰ লগে লগে তেওঁ কেৱল নিজৰ বিদ্যালয়তে শ্ৰেষ্ঠ প্ৰদৰ্শন কৰাই নহয়, পশ্চিম বৰ্ধমান জিলাৰ ছাত্ৰ-ছাত্ৰীৰ মাজতো সৰ্বোত্তম প্ৰদৰ্শন আগবঢ়ায়। কিন্তু থৈৱীয়ে সেই ৰিজাল্ট নাপালে। 

নিয়তিৰ লিখনিত থৈৱীৰ ৰিজাল্টৰ দুদিন পূৰ্বে জণ্ডিছত মৃত্যু হয়। থৈৱীৰ ৰিজাল্ট শুনি মাক-দেউতাক, আত্মীয়-স্বজন, স্কুলৰ শিক্ষক-শিক্ষয়িত্ৰী কান্দোনত ভাঙি পৰিছে। 

মেধাৱী ছাত্ৰী থৈৱী প্ৰতিবাৰেই ক্লাছত প্ৰথম স্থানত আছিল। থৈৱীয়ে দশম শ্ৰেণীৰ পৰীক্ষাকৃত বাংলা ভাষাত ৯৯ নম্বৰ লাভ কৰিছিল। আন বিষয়ত ইংৰাজীত ৯২, গণিতত ৯৮, পদাৰ্থ বিজ্ঞানত ৯৭, জীৱন বিজ্ঞানত ৯৮, ইতিহাসত ৯৫ আৰু ভূগোলত ৯৫ নম্বৰ লাভ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ