--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান বিশ্বৰ জনপ্ৰিয় ভিডিঅ’ প্লেটফৰ্ম বুলি ক’লেই মনলৈ আহে ইউটিউবৰ কথা। প্ৰতিদিনে ইউটিউব প্লেটফৰ্মত লক্ষ লক্ষ ভিডিঅ' সংযোগ কৰা হয়। এতিয়া কেৱল মনোৰঞ্জনৰ বাবেই নহয়, নিজস্ব সমল সৃষ্টিৰে ইউটিউবৰ পৰা ধন উপাৰ্জনো কৰিব পাৰি। ইউটিউবত ভিডিঅ' চাবলৈ হ’লে প্ৰয়োজন হয় হাইস্পীড ইণ্টাৰনেটৰ। কিন্তু আপুনি যদি বিচাৰে তেতিয়া ইণ্টাৰনেট অবিহনেই ইউটিউবৰ ভিডিঅ’ অফলাইন উপভোগ কৰিব পাৰে।

ইণ্টাৰনেট সংযোগ অবিহনে ইউটিউবৰ ভিডিঅ' অফলাইন চোৱাটো এতিয়াৰে পৰা সম্ভৱ। এই সুবিধা লাভৰ বাবে অতিৰিক্ত এপ ডাউনলোড কৰাৰো কোনো প্ৰয়োজন নাই। ইণ্টাৰনেট ব্যৱহাৰকাৰীসকলে অফিচিয়েল ইউটিউব এপৰ পৰাই অফলাইনতে প্ৰায় সকলো ভিডিঅ' চোৱাৰ সুযোগ লাভ কৰিব।

কেনেকৈ ইণ্টাৰনেট সংযোগ অবিহনে ইউটিউবত ভিডিঅ’ চাব পাৰিঃ

পৰ্যায়-১: প্ৰথমে ফোনৰ ইউটিউব এপ অ’পেন কৰক।

পৰ্যায়-২: হোম পেজৰ সোঁফালে ওপৰৰ ফালে থকা ছাৰ্ছ আইকনত ক্লিক কৰক।

পৰ্যায়-৩: এইবাৰ যিটো ভিডিঅ’ অফলাইনত চাবলৈ বিচাৰিছে সেই ভিডিঅ’টো ছাৰ্ছ কৰক। 

পৰ্যায়-৪: ভিডিঅ’ ষ্ট্ৰিমিং আৰম্ভ হ’লেই তলত থকা ডাউনলোড আইকনত ক্লিক কৰক।

পৰ্যায়-৫: ডাউনলোড কৰিব বিচৰা ভিডিঅ’ৰ কোৱালিটী নিৰ্ধাৰণ কৰক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ