--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিনয় জগতৰ পৰা আঁতৰত থাকিলেও নিজৰ সুষমা সৌন্দৰ্যৰ বাবে বাৰে বাৰে খবৰৰ শিৰোমানলৈ অহা দেখা গৈছে বলীউড পাৰফেক্টনিষ্ট হিচাপে খ্যাত অভিনেতা আমিৰ খানৰ জীয়ৰী ইৰা খানক। শেহতীয়াকৈ, পুনৰ চৰ্চিত হৈ পৰিছে আমিৰ কন্যা। সোমবাৰে বন্ধুবৰ্গৰ সৈতে ছুইমিং পুলত দেখিবলৈ পোৱা গৈছিল আমিৰ কন্যা ইৰা খানক। ক'লা বিকিনি পৰিহিতা ইৰাৰ যৌৱনৰ উষ্ণতাই সকলোকে কৰি তুলিছে মতলীয়া। ইৰাৰ ছবিসমূহ ছ’চিয়েল মিডিয়াত বিয়পি পৰাৰ পাছতে একপ্ৰকাৰ হৈ চৈ লাগে নেটিজেনৰ মাজত।

ছবিখন পোষ্ট কৰি আমিৰ তনয়াই লিখিছে, ‘আমি ছুইমৱেৰৰ মডেলো হ'ব পাৰো। পানীত নামিবলৈ কোনো কাৰণৰ প্ৰয়োজন আছে নেকি? বিশেষকৈ এই গৰমত!’

মন কৰিবলগীয়া যে, প্ৰথম ছবিখনত ইৰাই তেওঁৰ বান্ধৱীৰ সৈতে পজ দিয়া দেখা গৈছে। নেটিজেনসকলে তেওঁলোকৰ জলকেলিৰ আনন্দময় ছবি উপভোগ কৰিছে। গ্ৰীষ্মকালত ইৰাৰ এনে মন উৰুৱাই নিয়া জলছবিত উত্তাপ দুগুণে চৰিছে বুলিও মন্তব্য কৰিছে কিছুমানে।

ইফালে, কৰ’নাসৃষ্ট পৰিৱেশৰ মাজতে ইৰা খানে তেওঁৰ পিতৃৰ ফিটনেছ প্ৰশিক্ষক নুপুৰ শিখৰৰ প্ৰেমত পৰিছিল। নুপুৰৰ প্ৰতি থকা তেওঁৰ আন্তৰিক অনুভূতি প্ৰায়ে শ্বেয়াৰ কৰা দেখা যায় আমিৰ তনয়াক। ছ’চিয়েল মিডিয়াত একেলগে থকা ফটোও দিয়া দেখিবলৈ পোৱা যায়। সেয়া যি কি নহওক, আমিৰ তনয়াৰ জলকেলিয়ে যে এতিয়া নেটিজেনক মুগ্ধ কৰি তুলি তাত কোনো সংশয় নাই!



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ