--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পহলগামত সন্ত্রাসবাদীৰ আক্ৰমণৰ পাছত জম্মু আৰু কাশ্মীৰ চৰকাৰে কেন্দ্রীয় শাসিত অঞ্চলটোৰ ৮৭টা পর্যটন স্থানৰ ভিতৰত ৪৮টাৰ বন্ধ ঘোষণা কৰিছে। এই পৰ্যটনস্থলীসমূহলৈ এতিয়া পর্যটক যাব নোৱাৰিব। ৰাজ্য চৰকাৰে পৰ্যটকৰ নিৰাপত্তাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা বুলি প্রকাশ কৰে। 

অৱশ্যে এই নিষেধাজ্ঞা অস্থায়ী বুলি কোৱা হৈছে। আনহাতে খোলা ৰখা পৰ্যটন স্থানসমূহত নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰা হৈছে। ইফালে সন্ত্রাসবাদীৰ আক্ৰমণটোৰ পাছতো ডোডা জিলাত পৰ্যটকৰ ভিৰ পৰিলক্ষিত হয়। 

জিলাখনৰ ভদৰৱাহ পৰ্যটনস্থলীত পর্যটকসকলে কয়, ''সন্ত্রাসবাদীৰ এনে কাৰ্যৰ উপযুক্ত প্ৰত্যুত্তৰ দিয়া হ'ব। সিহঁতে আমি কাশ্মীৰলৈ নাহিম বুলি ভাবিছে, কিন্তু কাশ্মীৰ আমাৰ আৰু সদায় আমাৰ হৈ থাকিব।''

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ