--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পাকিস্তানৰ বিৰুদ্ধে কাৰ্যব্যৱস্থা গ্ৰহণৰ প্ৰস্তুতি চলি থকাৰ মাজতে ভাৰতীয় সেনাত গুৰুত্বপূৰ্ণ সালসলনি কৰা হৈছে। এয়াৰ মাৰ্শ্বাল নৰ্মদেশ্বৰ তিৱাৰীক ভাৰতীয় বায়ু সেনাৰ নতুন ভাইচ চীফ হিচাপে নিযুক্ত কৰা হৈছে। তেওঁক আজি অৱসৰ গ্ৰহণ কৰিবলগীয়া এয়াৰ মাৰ্শ্বাল সুজীত পুষ্পাকৰ ধাৰকৰ স্থলাভিষিক্ত কৰা হৈছে। 

ইফালে জম্মু আৰু কাশ্মীৰৰ পশ্চিমৰ প্ৰকৃত নিয়ন্ত্রণ ৰেখা আৰু লাডাখৰ চীন সীমান্তৰ দায়িত্বত থকা সেনাৰ নর্দার্ন কমাণ্ডৰ দায়িত্বত নিযুক্ত কৰা হৈছে লেফটেনেণ্ট জেনেৰেল প্রতীক শৰ্মাক। 

তেওঁ লেফটেনেণ্ট জেনেৰেল এন ভি সুচীন্দ্র কুমাৰৰ স্থান ল'ব। ইফালে সেনাৰ তিনিওটা বাহিনীৰ মাজত সমন্বয় স্থাপনৰ বাবে ইণ্টিগ্ৰেটেড ডিফেন্স ষ্টাফত (আই ডি এছ) নতুন চীফ অব ষ্টাফ অব্ কমিটী নিযুক্ত কৰা হ'ব। 

এয়াৰ মার্শাল আশুতোষ দীক্ষিতে ১ মে'ত এই দায়িত্ব গ্রহণ কৰিব।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ