--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট তাৰকাক অতিক্ৰমী ভাৰতীয় ক্ৰিকেটাৰ শুভমন গিলে এদিনীয়াত স্থাপন কৰিলে বিশ্ব অভিলেখ৷ এদিনীয়া ক্ৰিকেটত ২০০০ ৰাণ সংগ্ৰহ কৰা আটাইতকৈ কম বয়সীয়া আৰু দ্ৰুততম ক্ৰিকেটাৰ হিচাপে পৰিগণিত হ’ল শুভমন।

দেওবাৰে নিউজিলেণ্ডৰ বিৰুদ্ধে ক্ৰিকেট বিশ্বকাপৰ মেচখনৰ সময়ত গিলে দক্ষিণ আফ্ৰিকাৰ কিংবদন্তী হাছিম আমলাক অতিক্ৰম কৰি এই কৃতিত্ব অৰ্জন কৰে৷ গিলে এদিনীয়াত ২০০০ ৰাণ সংগ্ৰহ কৰিবলৈ ল’লে মাত্ৰ ৩৮ টা ইনিংছ লৈছিল, হাছিম আমলৈক প্ৰয়োজন হৈছিল ৪০টা ইনিংছ৷ আৰু এই সংখ্যা পাকিস্তানৰ কিংবদন্তী ক্ৰিকেটাৰ জাহিৰ আব্বাছতকৈ সাতটা কম।

কেভিন পিটাৰচেন, বাবৰ আজম আৰু ৰাছি ভান ডাৰ ডুছেনে তালিকাৰ শীৰ্ষ ৫ত স্থান পোৱাৰ লগতে তিনিওজনে ৪৫ টা ইনিংছত এই কৃতিত্ব অৰ্জন কৰে।

দেওবাৰে বিশ্বকাপ যুদ্ধত ডেৰিল মিচেলে শতক অৰ্জন কৰি ভাৰতৰ বিৰুদ্ধে ২৭৩ ৰাণত অলআউট হয়।

হিমালয়ৰ পাহাৰীয়া চহৰ ধৰমশালাত প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনোৱাৰ পাছত নিউজিলেণ্ডে তেওঁলোকৰ অপেনাৰসকলৰ ছন্দপতন হৈছিল৷ কিন্তু মিচেল (১৩০) আৰু ৰাচিন ৰবীন্দ্ৰই (৭৫) ১৫৯ ৰাণ কৰি ইনিংছটো পুনৰ ফৰ্মলৈ ঘূৰাই আনিছিল৷

ফাষ্ট বলাৰ মহম্মদ ছামীয়ে ভাৰতক অন্তিম ১০ অভাৰত ফৰ্ম ঘূৰাই অনাত সহায় কৰিছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ