--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ Sony tv ৰ জনপ্ৰিয় ধাৰাবাহিক চি আই ডিখন হয়তো সকলোৱে জানে ।ভাৰতৰ অন্যতম পুৰণি টেলিভিছন অনুষ্ঠান। 

 চি আই ডি ধাৰাবাহিকখনত অভিনয় কৰা প্ৰতিটো চৰিত্ৰ‌ই আছিল জনপ্ৰিয়। ধাৰাবাহিকখন আৰম্ভ হৈছিল ১৯৯৮ চনত। য'ত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল শিৱাজী সতমে এ চি পি  প্ৰদ্যুমানৰ ভূমিকাত।  কিন্তু ধাৰাবাহিকখনে ২০ বছৰীয়া সফলতা লাভ কৰা পিছত ২০১৮ চনৰ ২৭ অক্টোবৰত ছ'নী টিভিৰ পৰা চি আই ডি সম্প্ৰচাৰ আঁতৰাই দিয়ে। 

কিন্তু ২০২৪ চনৰ ২১ ডিচেম্বৰত পুনৰ ছ'নী টিভিত চি আই ডিৰ সম্প্ৰচাৰ হয়। সুদীৰ্ঘ ৬ বছৰৰ পাছতো এ চি পি প্ৰদ্যুমানৰ ভূমিকাত অভিনয় কৰিছে শিৱাজী সাতৰমে। 

কিন্তু শেহতীয়া খবৰ অনুসৰি চি আই ডিত মুখ্য চৰিত্ৰত অভিনয় কৰা প্ৰখ্যাত অভিনেতা শিৱাজী সতমৰ কাহিনী অৰ্থাত এ চি পি প্ৰদ্যুমানৰ চৰিত্ৰটো আঁতৰোৱাৰ সিদ্ধান্ত লৈছে ছবি নিৰ্মাতাসকলে।

 ৩ এপ্ৰিলত ইণ্ডিয়া টুডেত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি বোমা আক্ৰমণৰ বলি হোৱাৰ পিছত পৰৱৰ্তী খণ্ডত এ চি পি প্ৰদ্যুমানৰ মৃত্যু হ’ব। ক্ৰাইম থ্ৰিলাৰ 'চি আই ডি'ত মৃত্যু হ'ব এ চি পি প্ৰদ্যুমানৰ চৰিত্ৰত শিৱাজী সতমৰ? 

ইণ্ডিয়া টুডেৰ বাতৰি অনুসৰি, দলটোৱে শেহতীয়াকৈ এই খণ্ডটোৰ শ্বুটিং সমাপ্ত কৰিছে, যিটো কেইদিনমানৰ পিছতেই সম্প্ৰচাৰিত হ'ব। এতিয়ালৈকে নিৰ্মাতাসকলে সবিশেষ শ্বেয়াৰ কৰা নাই, কাৰণ নিৰ্মাতাসকলে বিচাৰে যে এই খণ্ডটো অনুৰাগীৰ বাবে এটা ডাঙৰ শ্বক্কৰ হওক"

কিন্তু এ চি পি প্ৰদ্যুমানৰ মৃত্যুৰ পিছত ধাৰাবাহিকখন কিমান জনপ্ৰিয় হৈ থাকিব সেয়া লক্ষণীয়  হ'ব বুলি অনুৰাগী সকলে প্ৰকাশ কৰিছে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ