--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : গুৱাহাটীত উপস্থিত হৈ একাধিক অনুষ্ঠানত অংশগ্ৰহণ কৰে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী নেহা ধুপিয়াই। লগতে চেৰাবভাতীৰ গুৰুনানক ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ক্ৰীড়া একাডেমি উদ্বোধন কৰে অভিনেত্ৰীগৰাকীয়ে। 

ক্ৰীড়া একাডেমি উদ্বোধন কৰি শিক্ষাৰ্থীক উদ্দেশ্যি তেওঁ কয় -'আনুষ্ঠানিক শিক্ষাৰ লগতে ক্ৰীড়াক্ষেত্ৰই আগবঢ়াই নিব শিক্ষাৰ্থীসকলক। খেলপথাৰখন সজাই নথৈ উচিত ব্যৱহাৰ কৰিব লাগিব। শিক্ষাৰ সমান্তৰালকৈ ভাৰসাম্য ৰক্ষা কৰি শিক্ষাৰ্থীয়ে ব্যৱহাৰ কৰিব লাগে খেলপথাৰ'।

আনহাতে তেওঁ আৰু লগতে কয় অসমলৈ পূৰ্বতেও অহাৰ অভিজ্ঞতা আছে অভিনেত্ৰীগৰাকীৰ। নিজৰ সন্মানৰ সৈতে পুনৰ অসমলৈ অহাৰ পৰিকল্পনা আছে নেহা ধুপিয়াৰ। অসমৰ কলা-সংস্কৃতি, আচাৰ-ব্যৱহাৰ, খাদ্যাভাসে আকৰ্ষিত কৰিছে জনপ্ৰিয় বলীউড অভিনেত্ৰী নেহা ধুপিয়াক।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ