--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • নিৰ্বাচনকেন্দ্ৰিক সংঘাতৰ বাবেই দুৰ্বৃত্তই পুখুৰীত বিহ দিয়াৰ অভিযোগ উত্থাপন হৈছে।

ডিজিটেল ডেস্ক: কলিয়াবৰৰ কুঁৱৰীটোল মাধৱগাঁৱত সংঘটিত হৈছে এক অমানৱীয় ঘটনা। এটা ফিছাৰীত বিহ দি মাছ নিধন কৰিলে কোনো দুৰ্বৃত্তই। 


নিৰ্বাচনকেন্দ্ৰিক সংঘাতৰ বাবেই দুৰ্বৃত্তই পুখুৰীত বিহ দিয়াৰ অভিযোগ উত্থাপন হৈছে। সৌভাগ্য মাধৱ দেৱালয়ৰ পুখুৰীটোত মৎস্যপালন কৰি আহিছিল কুঁৱৰীটোলৰ মুন্না শৰ্মা নামৰ যুৱকজনে। 


কলিয়াবৰ সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী জিতেন গৌড়ৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ বাবেই কোনো দুৰ্বৃত্তই আক্ৰোশমূলকভাৱে পুখুৰীত বিহ দিয়াৰ অভিযোগ উত্থাপন কৰিছে মুন্না শৰ্মাই। পুৱাৰ ভাগতে বৃহৎ পৰিমাণৰ মাছ ইতিমধ্যে পানীত উপঙি উঠা প্ৰত্যক্ষ কৰে স্থানীয় লোকসকলে। মৃত মাছকেইটাৰ আকাৰ যথেষ্ট ডাঙৰ আছিল।


নিৰ্বাচনৰ প্ৰাকক্ষণত সংঘটিত এই ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। দুৰ্বৃত্তৰ দৃষ্টান্তমূলক শাস্তি কামনা কৰিছে অঞ্চলবাসীয়ে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ