--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • দুটা পৰিয়ালে কাম কৰিবলৈ আহিছিল পোকালাগিস্থিত HIRA ইটা ভাটাত। পুৱাৰ ভাগত পিতৃ-মাতৃয়ে ইটা ভাটাত কাম কৰি থাকোতে ভাটাৰ পৰা ওলাই আহিছিল দুয়োটি শিশু ।

ডিজিটেল ডেস্ক: তামাৰহাটৰ পোকালাগিত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। কালি দুপুৰীয়াৰ পৰাই নিৰুদ্দেশ হৈ আছিল দুটি শিশু।


তাৰে এটি শিশুৰ মৃতদেহ উদ্ধাৰ গাঁৱৰে এটি পুখুৰীত। নিৰুদ্দেশ হৈ আছিল পাঁচ বছৰীয়া ইয়াচিন শ্বেখ আৰু ছয় বছৰীয়া সুমোনা দাস। 


ইয়াচিন শ্বেখ ভেৰভেৰি গাঁৱৰ হাছেম আলীৰ ল’ৰা৷ সুমোনা দাস কোচবিহাৰ মাথাভাঙাৰ নিৰ্মল দাসৰ ছোৱালী। 


দুটা পৰিয়ালে কাম কৰিবলৈ আহিছিল পোকালাগিস্থিত HIRA ইটা ভাটাত। পুৱাৰ ভাগত পিতৃ-মাতৃয়ে ইটা ভাটাত কাম কৰি থাকোতে ভাটাৰ পৰা ওলাই আহিছিল দুয়োটি শিশু । 


পৰিয়ালৰ লোকে বিচাৰি থাকতে নিশাৰ ভাগত ওচৰৰে এটা পুখুৰীত উদ্ধাৰ হয় এটি শিশুৰ মৃতদেহ। 


ইয়াচিন শ্বেখৰ মৃতদেহ উদ্ধাৰ হয় যদিও সুমোনা দাস এতিয়াও নিখোজ। স্থানীয় ৰাইজৰ সন্দেহ উক্ত পুখুৰীটোতেই সন্ধানহীন হৈছে সুমোনা দাস। 


পুখুৰীত স্থানীয় ৰাইজে চলাই আছে উদ্ধাৰ অভিযান। খবৰ দিয়া হৈছে আৰক্ষীক৷


এই ঘটনাই সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পেলাইছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ