--°C
Loading...
Listen to Article
2 min read
80%
মেষ ৰাশি – আপুনি আজি এটা ভাল খবৰ পাব পাৰে । জীৱন সন্দৰ্ভতো সতৰ্কতা অবলম্বন কৰি পদক্ষেপ গ্ৰহণ কৰিলে আপোনাৰ দিনটো ভাল হ'ব । বিবাহৰ যোগ দেখা যায়। নতুন কৰ্মৰ সন্ধান।


বৃষ ৰাশি – ধৈৰ্য্য বজাই ৰাখি নিজকে আত্মপ্ৰকাশ কৰিব লাগিব । এই ৰাশিচক্ৰৰ শিশুৰ আজি খেলাধুলাত দিন কটালে আঘাতৰ সম্ভাৱনা আছে । আলহী আহিব পাৰে।

মিথুন ৰাশি – যিকোনো পদক্ষেপ লোৱাৰ আগতে সাৱধানতাৰে চিন্তা চৰ্চা কৰিব । সামাজিক অনুষ্ঠানত উপস্থিত হোৱাৰ সুযোগ পাব লগতে সন্মানিত হোৱাৰো সম্ভাৱনা। ভাল খাদ্য খাবলৈ পাব।


কৰ্কটৰাশি- প্ৰেমৰ ক্ষেত্ৰত বেদনা। টোপনি ক্ষতি। ঘৰত কোনো অনুষ্ঠানৰ আয়োজনৰ কাৰণে আপোনাৰ আজি প্ৰচুৰ অৰ্থ ব্যয় হব পাৰে । ভ্ৰমণত শুভ।

সিংহ ৰাশি – আজি আপুনি আপোনাৰ আবেগ নিয়ন্ত্ৰণ কৰিব আৰু যিমান পাৰে আপুনি ভয় নাখাবলৈ চেষ্টা কৰিব । কৰ্মাক্ষেত্ৰত কিছু কঠোৰ পৰিশ্ৰম কৰিব লাগিব । শুভ সংবাদ লাভ।

কন্যা ৰাশি- কৰ্মক্ষেত্ৰত সুনাম হ'ব, আপোনাৰ কৰ্মৰাজি আজি আপোনাৰ পক্ষত থাকিব । আজি জীবন সংগীৰ সৈতে ভ্ৰমণৰ যোগ । প্ৰেমৰ মাজেৰে দিনটো পাৰ হ'ব। খৰচ বাঢ়িব।

তুলা ৰাশি – অৰ্থনৈতিক দিশটো শক্তিশালী হোৱাৰ সম্ভাৱনা আছে। যদি আপুনি কোনো ব্যক্তিক টকা ধাৰ দিছে তেন্তে আপুনি আজি সেই টকা ঘুৰাই পোৱাৰ আশা আছে । প্ৰশংসা শুনিব।

বৃশ্চিক ৰাশি – নিজৰ কাম আনৰ হতুৱাই নকৰিব , লোকচানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা। কাৰোবাৰ পৰা আকৰ্ষণীয় আমন্ত্ৰণ পাব আৰু উপহাৰো লাভ কৰাৰ যোগ আছে। প্ৰেমত জটিলতা।

ধনু ৰাশি – আৰ্থিক সংকটে দেখা দিব পাৰে,কিন্তু ঘৰৰ কোনো লোকে টকা পইচাৰে সহায় কৰি বিপদৰ পৰা উদ্ধাৰ কৰিব। প্ৰিয়জনৰ সৈতে তৰ্ক বিতৰ্ক হব পাৰে, ক্ৰোধ সম্বৰণ কৰিব। বন্ধুৰ সহায় লাভ।

মকৰ ৰাশি- বন্ধুৰ সহায় পাব লগতে পুৰণি বন্ধু লগ পাই মনতো আনন্দ পাব । ক্ৰোধ নিয়ন্ত্ৰণত ৰাখক আৰু কাৰ্যালয়ৰ প্ৰত্যেকৰে সৈতে ভাল ব্যৱহাৰ কৰক । প্ৰেমত শুভ।

কুম্ভ ৰাশি – মনোবল বৰ্তাই ৰাখি আপুনি কঠিন কাম কৰিব পাৰিব। বিবাহৰ কথা বাৰ্তাৰ বাবে উপযুক্ত দিন। আজি অৰ্থ উপাৰ্জনৰ অসংখ্য সুযোগ পাব । প্ৰেমত মধুৰতা।

মীন ৰাশি – জীৱন সংগীৰ স্বাস্থ্যই কিছু চিন্তাত পেলাব পাৰে। চাকৰিৰ সম্ভাৱনাই ইতিবাচক ফল দিব । আৰ্থিকভাবে, আপুনি সবল থাকিব। প্ৰেমত মধ্যম।








FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ