--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকান একাডেমী অৱ স্লিপ মেডিচিনৰ এক অধ্যয়ন অনুসৰি এক তৃতীয়াংশ প্ৰাপ্তবয়স্ক লোকে ৰাতি পত্নীৰ পৰা পৃথকে শোৱে। প্ৰথমবাৰৰ বাবে মুঠ ২০০০ লোকৰ সমীক্ষা কৰা হৈছে।

দম্পতীৰ মাজত ৰাতি পৃথক পৃথক কোঠাত শোৱাটোক ‘স্লিপ ডিভৰ্ছ’ বুলি কোৱা হৈছে। সমীক্ষা অনুসৰি মুঠ ৪৫ শতাংশ পুৰুষে স্বীকাৰ কৰিছে যে তেওঁলোকে কেতিয়াবা বা বেছিভাগ সময়তে ৰাতি আন কোঠাৰ চোফাত বা অতিথিশালাত শুই  আৰাম অনুভৱ কৰে। আনহাতে ২৫ শতাংশ মহিলাই এই কথা স্বীকাৰ কৰে।

আমেৰিকান একাডেমী অৱ স্লিপ মেডিচিনৰ গৱেষকৰ মতে, অসম্পূৰ্ণ টোপনিয়ে শৰীৰৰ ক্ষতি কৰাই নহয়, মেজাজতো প্ৰভাৱ পেলায়। শান্তিৰে শুবলৈ হ’লে আজিকালি বহু দম্পতীয়ে পৃথকে পৃথকে শুবলৈ বাছি লৈছে। নাকৰ শব্দও ইয়াৰ এটা কাৰণ। এনে ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি প্ৰয়োজনীয়। এই সৰু সৰু সমস্যাবোৰৰ ফলত স্লিপ এপনিয়াৰ দৰে ডাঙৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে।

এতিয়া বহুতে ছচিয়েল মিডিয়াত মুকলিকৈ ‘স্লিপ ডিভৰ্ছ’ৰ কথা কৈছে। এই পন্থা অনুসৰণ কৰাৰ পিছত তেওঁলোকৰ সম্পৰ্ক অধিক মজবুত হৈ পৰিছে বুলিও কিছু লোকে কয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ মাহ পিছতেই যুগ্ম জীৱনৰ পাতনি মেলাৰ কথা, পথ দুৰ্ঘটনাই নিমিষতে শেষ কৰিলে সকলো সপোন
নিজৰ পকী ঘৰত এৰাতিও কটাবলৈ নাপালে ১২০ বছৰীয়া নৰ্মদা দেৱী আইতাই; ঘৰ সম্পূৰ্ণ হোৱাৰ পূৰ্বেই চিৰদিনলৈ মুদিলে চকু
২৩ নৱেম্বৰত পুনৰ এহেজাৰ কোটি টকাৰ ঋণ ল’ব ৰাজ্য চৰকাৰে
'টাইম' আলোচনীত লাভলীনা
২০৩৫ চনৰ ভিতৰত বিশ্বত ইছলাম ধৰ্মাৱলম্বী লোকৰ সংখ্যা হ’ব সৰ্বাধিক
‘‘অসমত ভগৱানতকৈও অধিক জুবিনৰ ফটো দেখা পাইছোঁ’’! অসমবাসীৰ আৱেগত আপ্লুত ভাৰত ভ্ৰমণকাৰী যুৱক তাজ আলম
বিলাসীপাৰাত ধনৰ লোভত নাবালিকা কন্যাক বিয়া দিবলৈ চেষ্টা কৰাৰ অভিযোগ; নিজ পিতৃৰ বিৰুদ্ধে এজাহাৰ কন্যাৰ
হাইলাকান্দিত অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীৰ বাসভৱনৰ পৰা ৪ কোটি টকাৰ সোণ জব্দ
বানৰ চাৰি মাহ পাছতো কেন্দ্ৰলৈ প্ৰেৰণ কৰা নহ’ল বান স্মাৰকপত্ৰ
গ্ৰেপ্তাৰ চাৰিজন, গুৱাহাটীত বিদেশী নাগৰিকক আশ্ৰয় দিয়াৰ গুৰুতৰ অভিযোগ
ভুৱা পৰিচয় লৈ অসমত বাস কৰা এজন সন্দেহযুক্ত বাংলাদেশ নাগৰিক গ্ৰেপ্তাৰ
এনআৰচিৰ সম্পূৰ্ণ পুনৰীক্ষণৰ বাবে উচ্চতম ন্যায়লয়ৰ কাষ চাপিব অসম চৰকাৰ
ত্ৰিপুৰাৰ পৌৰ নিৰ্বাচনত গুৰুত্বপূৰ্ণ ভূমিকা মহিলা ভোটাৰ আৰু প্ৰাৰ্থীৰ
পাৰচি পাৰলোৰ অগ্নিকাণ্ডত প্ৰাণহানিৰ ঘটনাত ৰাজ্যপালৰ গভীৰ শোক প্ৰকাশ