--°C
Loading...
Listen to Article
2 min read
80%
২৮ জানুৱাৰী, ২০২২, শুকুৰবাৰ মেষঃ দিনটো শুভ হ'ব। নতুন কামৰ সুযোগ। কৰ্মক্ষেত্ৰত প্ৰশংসা পাব। বন্ধুৰ সৈতে সংযোগ। বৃষঃ দিনটো আনন্দত পাৰ হ'ব। খং পৰিহাৰ কৰি চলিব। প্ৰেমত মধ্যম। পৰিয়ালত সু-সম্পৰ্ক। মিথুনঃ পৰিয়ালত সুখ বৃদ্ধি৷ কর্মব্যস্ততা থাকিব৷ মানুহৰ লগত মিলা-প্ৰীতি বজাই ৰাখিব৷ নতুন ব্যৱসায় কৰিব পাৰে৷ প্ৰেমত শুভ ৷ কৰ্কটঃ শুভ দিন৷ মানসিক চিন্তা বাঢ়িব পাৰে৷ স্বাস্থ্যৰ যতন ল’ব৷ প্ৰেমিক-প্ৰেমিকাৰ শুভ। সিংহঃ মনত সুখ। ভ্ৰমণত শুভ। বন্ধুৰ সংগই মনত আনন্দ দিব। মাতৃৰ আপোনাৰ ওপৰত কোনো কথাত খং উঠিব। কন্যাঃ সন্তানৰ স্বাস্থ্যক লৈ চিন্তা৷ কর্মক্ষেত্ৰত মনোযোগ দি কাম কৰিব৷ শিক্ষাৰ্থীৰ শুভ। ঘৰলৈ আলহী আহিব। তুলাঃ প্ৰেমত শুভ ৷ মানসিক আৰু শাৰীৰিক চিন্তা দূৰ হʼব৷ কামত শুভ ফল পাব ৷ বৃশ্চিকঃ ভাগ্যশালী দিন৷ প্ৰেমত শুভ৷ শৰীৰ ভালে থাকিব৷ ভাতৃ-ভগ্নীৰ মাজত মৰম বৃদ্ধি। ধনুঃ নতুন কামত মন বহিব৷ কোনো কথাত মনত আনন্দ লাগিব৷ স্বাস্থ্যত শুভ। ভ্ৰমণত শুভ। মকৰঃ আপোনালৈ আজি এক সুন্দৰ খবৰ আহিব। বহুদিনীয়া পৰিকল্পনা এটা সফল হোৱাৰ পথত। কৰ্মক্ষেত্ৰত শুভ৷ স্বাস্থ্যত শুভ। কুম্ভঃ ব্যৱসায়ীসকলৰ শুভ। ঘৰলৈ আলহী আহিব। টকা-পইচা বৃদ্ধি৷ শৰীৰ-মনৰ অশান্তি দূৰ হ'ব। মীনঃ আপোনাৰ কথাত আনৰ মন আনন্দিত হ'ব। মন পচন্দৰ খাদ্য খাবলৈ পাব। বন্ধুৰ সৈতে আনন্দ উপভোগ। কৰ্মক্ষেত্ৰত শুভ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ