--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানত ভাৰতৰ বিমান আক্ৰমণৰ পিছত এতিয়া আতংকিত হৈ পৰিছে পাকিস্তানী জনসাধাৰণ আৰু তেওঁলোকে অপাৰেচন সিন্দূৰৰ বিষয়ে জানিবলৈ ব্যগ্ৰ হৈ পৰিছে।পহলগাম আক্ৰমণৰ পিছত ভাৰতে ‘অপাৰেচন সিন্দূৰ’ৰ জৰিয়তে পাকিস্তানক কঠোৰ উত্তৰ দিছে। ভাৰতীয় সেনা বাহিনীয়ে যোৱা নিশা পাকিস্তান আৰু পাকিস্তান দখল কৰা কাশ্মীৰৰ ৯টা সন্ত্ৰাসবাদী শিবিৰত বিমান আক্ৰমণ চলায়। 

ভাৰতে গ্ৰহণ কৰা এই কাৰ্যৰ পিছত পাকিস্তানৰ জনসাধাৰণৰ মাজত আতংকৰ সৃষ্টি হৈছে। এতিয়া পাকিস্তানৰ মানুহে গুগলত Air Strike, Indian Army, India আৰু Operation Sindoorৰ বিষয়ে বিচাৰিছে। পাকিস্তানৰ গুগলৰ ট্ৰেণ্ডে দেখুৱাইছে যে তেওঁলোকে এতিয়া সিন্দূৰ নামটোৰ অৰ্থ জানিব বিচাৰিছে।

ভাৰতীয় সেনাৰ আক্ৰমণৰ সন্মুখীন হোৱাৰ পিছতেই এতিয়া পাকিস্তানীসকলে সিন্দূৰৰ বিষয়ে জানিবলৈ বিচাৰিছে। এনে পৰিস্থিতিত পাকিস্তানৰ গুগলত মানুহে কি বিচাৰিছে জানো আহক...
Pakistan Army
পাকিস্তানীসকলে গুগলত অপাৰেচন সিন্দূৰৰ বিষয়ে বিচাৰিছে। এতিয়া ছ’চিয়েল মিডিয়াত অপাৰেচন সিন্দুৰ, ইণ্ডিয়া অপাৰেচন সিন্দুৰ, সিন্দুৰ আক্ৰমণ, অপাৰেচন সিন্দুৰ কি এই শব্দবোৰ বিচাৰি উলিওৱা হৈছে। ইয়াৰ বাহিৰেও তাত থকা মানুহে গুগলৰ সহায় লৈ সিন্দূৰৰ অৰ্থও জানিবলৈ বিচাৰিছে। পাকিস্তানৰ গুগলত ট্ৰেণ্ডিং হৈ আছে সিন্দূৰ কি, সিন্দুৰৰ অৰ্থ ইত্যাদি কীৱৰ্ড।

অপাৰেচন সিন্দূৰৰ উপৰিও পাকিস্তানীসকলে ভাৰতৰ বিষয়ে অহৰহ অনুসন্ধান চলাই আছে। গুগল ট্ৰেণ্ডছৰ প্ৰতিবেদন অনুসৰি ইণ্ডিয়া এটেক বাহাৱালপুৰ, ইণ্ডিয়া এটেক অন পাকিস্তান টুডে, ইণ্ডিয়া এটেক অন বাহাৱালপুৰ, ইণ্ডিয়া এটেকড অন পাকিস্তান, ইণ্ডিয়া ষ্ট্ৰাইকছ পাকিস্তানৰ দৰে কীৱৰ্ড সন্ধান কৰা হৈছে।

ইয়াৰ বাহিৰেও পাকিস্তানৰ জনসাধাৰণে পাকিস্তান সেনাবাহিনীৰ সন্দৰ্ভত অনুসন্ধান চলাই আছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ