--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পেহেলগাম আক্ৰমণৰ উচিত প্ৰত্যুত্তৰ দিলে ভাৰতে। অপাৰেচন সিন্দূৰৰ জৰিয়তে ভাৰতে পাকিস্তানত চলালে আক্ৰমণ। ভাৰতৰ আক্ৰমণৰ পিছত এতিয়া ভয়ত থৰহৰি কম্পমান পাকিস্তান। 

ভাৰতৰ প্ৰত্যাক্ৰমণৰ পাছতেই নেগুৰ পেলালে পাকিস্তানে। ভাৰতৰ শক্তি দেখি ভয়তে সুৰ সলাইছে পাকিস্তানে। 

পাক প্ৰতিৰক্ষা মন্ত্ৰী খাজা আছিফে ক’লে আমি যুদ্ধ নকৰো। ভাৰতে আক্ৰমণ নকৰিলে আমিও সংযত থাকিম বুলি ক’লে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে। লস্কৰ-ই-তৈবা আৰু জইছ-ই-মহম্মদৰ ঘাটি ধ্বংসৰ পিছতে পাকিস্তান এতিয়া ভয়ত ত্ৰস্তমান।

উল্লেখযোগ্য যে ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছিল। ইয়াৰ ফলত ২৬ জন সাধাৰণ নাগৰিকৰ মৃত্যু হয়, আটাইকেইজনেই আছিল পহলগাম ভ্ৰমণ কৰিবলৈ যোৱা সাধাৰণ পৰ্যটক। ২৬/১১ৰ মুম্বাইত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত এইটোৱেই আছিল এনে প্ৰথম সন্ত্ৰাসবাদী আক্ৰমণ য’ত ইমান বৃহৎ সংখ্যক সাধাৰণ নাগৰিকৰ মৃত্যু হৈছিল। ঘটনাৰ ১৫ দিনৰ পাছত ভাৰতে প্ৰতিশোধ লয়। ৬ মে’ৰ গভীৰ নিশা ভাৰতীয় বায়ুসেনাই পাকিস্তান আৰু পাকিস্তান দখল কৰা কাশ্মীৰৰ বিভিন্ন সন্ত্ৰাসবাদী ঘাটি আক্ৰমণ কৰি ধ্বংস কৰে। ভাৰতে এই অভিযানৰ নাম অপাৰেচন সিন্দূৰ ৰাখিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ