--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২২ চনৰ আইপিএলৰ নিলামৰ পিছত শিখৰ ধাৱানক পঞ্জাৱ কিংছৰ হৈ খেলা দেখা গৈছিল। ধাৱানে সদ্য সমাপ্ত আইপিএল ছিজনতো সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছে। কিন্তু এইবাৰ জীৱনৰ এটা নতুন ইনিংছ আৰম্ভ কৰিবলৈ ওলাইছে গব্বৰ খ্যাত শিখৰ ধাৱানে।

২২গজৰ খেলপথাৰত নিজৰ দক্ষতা প্ৰদৰ্শন কৰাৰ পিছত এইবাৰ কেমেৰাৰ সন্মুখত নিজৰ কৰিশ্মা দেখুৱালৈ ওলাইছে শিখৰ ধাৱানে। এই খবৰ লাভ কৰাৰ পাছতে উৎফুল্লিত হৈ পৰিছে ধাৱানৰ অনুৰাগী।

হৰভজন সিং আৰু ইৰফান পাঠানৰ পাছত এইবাৰ শিখৰ ধাৱনেও খেলপথাৰৰ পৰা মূলসুঁতিৰ বলীউডত আত্মপ্ৰকাশ কৰা দেখিবলৈ পোৱা যাব। আৰু ইয়াৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে শিখৰ ধাৱান। পিংকভিলাৰ এটা প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য।

কিছুদিন পূৰ্বে শিখৰ ধাৱানৰ ছবিৰ শ্বুটিং শেষ হৈছে বুলি কোৱা হৈছে। পৰৱৰ্তী প্ৰক্ৰিয়া শেষ হোৱাৰ লগে লগে মুক্তি পাব ছবিখন। অৱশ্যে, ধাৱান অভিনীত ছবিখনৰ নাম এতিয়াও প্ৰকাশ হোৱা নাই।



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ