--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিহাৰৰ ৰাজধানী পাটনাত গ্ৰেজুৱেট চায় গাৰ্ল হিচাপে জনাজাত প্ৰিয়ংকা গুপ্তাই আৰু এতিয়াৰ পৰা ষ্ট’লত চাহ বিক্ৰী নকৰে। এতিয়াৰে পৰা প্ৰিয়ংকাই সৰু চাহৰ দোকানত চাহ বিক্ৰী নকৰে। সৰু চাহ দোকানৰ পৰিৱৰ্তে এখন ডাঙৰ ফ্ৰুট ট্ৰাকত চাহ বিক্ৰী কৰিব প্ৰিয়ংকাই। এই ফ্ৰুট ট্ৰাকখন সম্পূৰ্ণৰূপে সজোৱা হ'ব। গ্ৰেজুৱেট চায় গাৰ্ল প্ৰিয়ংকা গুপ্তাই এতিয়াৰে পৰা সৰু চাহ দোকানৰ সলনি এখন আকৰ্ষণীয় দোকানত চাহ বিক্ৰী কৰিব।


প্ৰিয়ংকা গুপ্তাই এই সন্দৰ্ভত কয়, ‘মই গ্ৰেজুৱেট। কঠোৰ পৰিশ্ৰমৰ পাছতো ক’তো মই চাকৰি নাপালো।’ চাকৰি নাপাই হাত সাৱটি বদি থকা নাছিল প্ৰিয়ংকাই। চাহ বিক্ৰীৰ সিদ্ধান্ত লয় প্ৰিয়ংকাই। চাকৰি নোপাৱা প্ৰিয়ংকাৰ চকু গৈছিল প্ৰফুল্ল বিলোৰৰ এটা ভিডিঅ'লৈ। 

এমবিএ উত্তীৰ্ণ কোনো ব্যক্তিয়ে যদি চাহ বিক্ৰী কৰিব পাৰে, তেতিয়া স্নাতক হৈ চাহ বিক্ৰেতা হ'ব নোৱাৰে কিয়? এনে প্ৰশ্নৰ উদয় হৈছিল প্ৰিয়ংকাৰ মনত। স্বাভাৱিকতে, প্ৰফুল্ল বিলোৰৰ এটা ভিডিঅ’ই সলনি কৰি দিছিল প্ৰিয়ংকাৰ জীৱন। তাৰপাছত আৰু পিছলৈ চাবলগীয়া হোৱা নাই প্ৰিয়ংকাই। ইয়াৰ পিছতে, প্ৰিয়ংকাই পাটনাত তেওঁৰ বন্ধুবৰ্গৰ সহায়ত চাহ বিক্ৰেতা হিচাপে আত্মপ্ৰকাশ কৰে। 


সম্প্ৰতি, নিজৰ ব্যৱসায় আৰু অলপ বিস্তাৰ কৰাৰ পৰিকল্পনা কৰিছে প্ৰিয়ংকাই। প্ৰিয়ংকাৰ এনে সাহসীকতাই এতিয়া দৃষ্টি কাঢ়িছে লক্ষজনৰ।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ