--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বলীউডৰ জনপ্ৰিয় চলচ্চিত্ৰ নিৰ্মাতা কৰণ জোহৰৰ আজি জন্মদিন৷ বুধবাৰে ৫০ বছৰত ভৰি দিয়ে কৰণ জোহৰে৷ অভিনেত্ৰী মালাইকা অৰোৰাই কৰণ ইনষ্টাগ্ৰামত জন্মদিনৰ শুভেচ্ছা জনাই এটা ভিডিঅ’ শ্বেয়াৰ কৰে। ইয়াৰ লগতে বলীউডৰ ফাৰাহ খান, বিকি কৌশলৰ দৰে আন চেলিব্ৰিটিসকলেও কৰণক জন্মদিনৰ শুভেচ্ছা জনায়। 


কৰণৰ ৫০ তম জন্মদিনৰ পাৰ্টিৰ পূৰ্বে, বান্দ্ৰাৰ  গৃহত এক গেট টুগেদাৰৰ আয়োজন কৰিছিল।  পাৰ্টীটোত শ্বাহৰুখ খানৰ পত্নী গৌৰী খান, ফাৰাহ খান, অয়ন মুখাৰ্জী, অপূৰ্ব মেহতা, মহিপ কাপুৰ, ছোহেল খানৰ প্ৰাক্তন পত্নী সীমা কিৰণ সাজদেহ আৰু অন্যান্যকে ধৰি তেওঁৰ ঘনিষ্ঠ বন্ধুসকলে অংশগ্ৰহণ কৰিছিল। প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতাই আজি যশ ৰাজ ষ্টুডিঅ’ত তেওঁৰ সোণালী জয়ন্তী উদযাপনৰ বাবে এক বিশাল পাৰ্টীৰ আয়োজন কৰিব বুলি জানিব পৰা গৈছে৷  

ইফালে, কৰণ জোহৰে থিমযুক্ত পাৰ্টি আয়োজন কৰাৰ লগতে অনুষ্ঠানটোৰ বাবে গোটেই ছেটটো ডিজাইন কৰিবলৈ চলচ্চিত্ৰ নিৰ্মাতা অমৃতা মহলক নিযুক্তি দিছে। কৰ্মক্ষেত্ৰত, কৰণ জোহৰে ৰণবীৰ সিং, আলিয়া ভট্ট, ধৰ্মেন্দ্ৰ, জয়া বচ্চন আৰু শাবানা আজমী অভিনীত ‘ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানী’ত পৰিচালক হিচাপে প্ৰত্যাৱৰ্তন কৰিছে। চলচ্চিত্ৰখন অহা বছৰ ফেব্ৰুৱাৰীত মুক্তি পাব।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ