--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীক আজি নেচনেল হেৰল্ড গোচৰৰ সন্দৰ্ভত ইডি কাৰ্যালয়ত সোধা-পোছা কৰা হৈছেইয়াক লৈ ৰাজনৈতিক অস্থিৰতাও তীব্ৰতৰ হৈছেএফালে, কংগ্ৰেছে ইডিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। দেশজুৰি ইডিৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ কৰে কংগ্ৰেছে। তাৰ বিপৰীতে বিজেপিয়েও তীব্ৰ প্ৰত্যাক্ৰমণ কৰা দেখিবলৈ পোৱা গৈছেদলৰ নেতা ৰণদীপ সিং সূৰ্যেৱালা আৰু যুৱ কংগ্ৰেছ সভাপতি শ্ৰীনিবাসকে ধৰি কেইবাজনো জ্যেষ্ঠ নেতাক আৰক্ষীয়ে পদযাত্ৰাৰ সময়তে আটক কৰে ইফালে, এটা সূত্ৰ সদৰি কৰিছে যে, ৰাহুল গান্ধীক কোনবোৰ প্ৰশ্ন কৰিছিল ইডিয়েইডিয়ে কেপাত কাড়েৰে একাধিক লক্ষ্যত আঘাত হনাৰ চেষ্টা ৰা বুলিও সূত্ৰটোৱে সদৰি কৰিছেৰাহুল গান্ধীৰ সৈতে ইডিৰ প্ৰথম পৰ্যায়ৰ প্ৰশ্ন শেষ হৈছেএতিয়া দ্বিতীয় পৰ্যায়ৰ বাবে প্ৰশ্ন কৰা হৈছেৰাহুলে আজি সন্মুখীন হোৱা প্ৰশ্নবোৰৰ ভিতৰত আছে-

(১)ইয়ং ইণ্ডিয়ান কোম্পানীৰ সৈতে সম্পৰ্ক কি?

(২)আপুনি এই কোম্পানীপৰিচালক কেনেকৈ  '?

(৩)আপুনি শ্বেয়াৰ কেনেদৰে ক্ৰয় কৰিছিল?

(৪)শ্বেয়াৰ ক্ৰয়ৰ বাবে আপোনাক কোনোবাই ধন দিছিল নেকি?

(৫)যদি দিছিল, কোনটো বেংক একাউণ্টৰ কেনেদৰে দিয়া হৈছিল?

আনহাতে, ৰাহুলক  কোন বেংকত তেওঁৰ  একাউণ্ট আছে? বিদেশত বেংক একাউণ্ট আছে নেকি? যদি আছে, তাৰ তথ্য, তেওঁৰ সম্পত্তি ' ক’ত আছে? তেওঁৰ বিদেশতো সম্পত্তি আছে নেকি? যদি আছে, তেন্তে কাৰ সবিশেষ আদিৰ বিষয়েও প্ৰশ্ন কৰে।

 ইয়াৰ পূৰ্বে, ৰাহুল গান্ধীয়ে ইডি কাৰ্যালয়লৈ যোৱাৰ সময়ত কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ৰ পৰা কিছু দূৰ খোজকাঢ়ি গৈছিলআৰক্ষীয়ে এই সময়ছোৱাত কংগ্ৰেছ নেতা আৰু কৰ্মীসকলক বাধা দিয়েপুৱা প্ৰায় ১১ বজাত, ৰাহুল গান্ধীৰ কনভয় ইডি কাৰ্যালয়ত উপস্থিত হৈছিলইয়াৰ পূৰ্বে, দলটোৰ প্ৰস্তাৱিত পদযাত্ৰাৰ পৰিপ্ৰেক্ষিতত, আৰক্ষীয়ে কেইবাজনো কংগ্ৰেছ কৰ্মীক আটক কৰে আৰু দলৰ মুখ্য কাৰ্যালয়ৰ চাৰিওফালে ১৪৪ ধাৰা জাৰি কৰে

 ইফালে, কেন্দ্ৰীয় চৰকাৰে বিভিন্ন কেন্দ্ৰীয় তদন্তকাৰী সংস্থাবোৰৰ অপব্যৱহাৰৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ সভাপতি ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন কৰি চৰকাৰে তেওঁলোকৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰা বুলি অভিযোগ কৰিছে কংগ্ৰেছেকংগ্ৰেছৰ জ্যেষ্ঠ নেতা মানিক্কম ঠাকুৰে কয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ইডি, চিবিআই আদিক বিৰোধীৰ কণ্ঠৰোধৰ বাবে ব্যৱহাৰ কৰিছে। উল্লেখ্য যে, কংগ্ৰেছে তেওঁৰ শীৰ্ষ দুই নেতাৰ বিৰুদ্ধে ইডি-এ অনা অভিযোগ মিছা আৰু ভিত্তিহীন বুলি অভিযোগ কৰিছিল। এয়া বিজেপিৰ প্ৰতিশোধৰ ৰাজনীতি বুলিও দলটোৱে অভিযোগ কৰি আহিছে। ইফালে, কংগ্ৰেছ সভাপতি ছোনিয়া গান্ধীকো ২৩ জুনত ইডিৰ সন্মুখত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ