--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বৰ্তমান সময়ত বহুলোকে ৰক্তহীনতাৰ দৰে সমস্যাত ভুগে৷ শৰীৰত হিম'গ্লবিনৰ মাত্ৰা নিয়ন্ত্ৰণৰ ৰখাতো বিশেষ প্ৰয়োজন৷ আয়ৰণৰ মাত্ৰা বৃদ্ধি কৰি শৰীৰত হিম'গ্ল'বিনৰ পৰিমাণো বৃদ্ধি কৰিব পাৰি। তেজৰ অভাৱৰ ফলত শৰীৰত ৰোগৰ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পাই আহে৷ বিশেষকৈ শিশুৰ শৰীৰত ৰক্তহীনতাৰ ফলত শাৰীৰিক আৰু মানসিক বিকাশত বাধা আহি পৰে। শৰীৰত তেজৰ অভাৱত আয়ৰণ ফলিক এচিড ভিটামিন বি ৰ অভাৱ হয়।

ৰক্তহীনতাৰ সমস্যা দূৰ কৰিবলৈ খাওক এইসমূহ খাদ্য৷  আমিষ বা নিৰামিষভাজী সকলোৱে গ্ৰহণ কৰিব পাৰিব এইসমূহ খাদ্য৷

১) এটা নেমুটেঙা এগিলাচ পানীত চেপি লৈ তাৰ সৈতে এচামুচ মৌ মিহলাই দৈনিক ৰাতিপুৱা সেৱন কৰক। 

২) পালেং শাক এনিমিয়া বেমাৰৰ কাৰণে দৰৱৰ দৰে কাম কৰে। পালেং শাকত ভিটামিন A,C,B9,আইৰন,ফাইবাৰ আৰু কেলচিয়াম অধিক পৰিমাণে থাকে। পালেং শাকে একেবাৰতে ২০%লৈকে আয়ৰণ বঢ়াব পাৰে।

৩) দৈনিক এগিলাচ বিলাহীৰ ৰস খাওক। 

৪)দেহত হিম'গ্ল'বিনৰ স্তৰ বঢ়াবলৈ গোমধান সিজাই বা ভাজি খাব লাগে।

৫) এগিলাচ বিটৰ ৰসৰ লগত অকণমান মৌ মিহলাই খালে শৰীৰত আয়ৰণৰ মাত্ৰা বৃদ্ধি হয়৷ 

৬) চয়াবিনত ভিটামিন আৰু আয়'ডিনৰ মাত্ৰা বেছি থাকে। এনিমিয়াৰ ৰোগত চয়াবিন খোৱা বহুত উপকাৰী। 

৭) ডালিম দৈনিক সেৱন কৰিলে আয়ৰণৰ অভাৱ দূৰ হয়। বীট খোৱাটো উপকাৰী

৮)শৰীৰত তেজৰ অভাৱ পূৰ কৰিবলৈ গাখীৰ আৰু খেজুৰৰ সেৱন কৰাটোও এটা উত্তম উপায়।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ