--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : ভাৰত-চীনৰ লাডাখ সীমান্তৰ পেংগো হ্ৰদৰ দুয়োপাৰৰ পৰা সৈন্য সমাৱেশ আঁতৰোৱাৰ কাম সম্পূৰ্ণ হৈছে। এটা সূত্ৰই এই কথা আজি প্ৰকাশ কৰিছে। দুয়োখন দেশে বিবাদমান স্থানৰ পৰা সৈন্যক আঁতৰাই নি সীমান্তৰ দুয়োপাৰে নো পেট্ৰ’ল জ’ন হিচাপে ঘোষণা কৰা সিদ্ধান্ত লৈছিল আৰু বিগত কিছুদিন ধৰি পেংগো হ্ৰদৰ দুয়োপাৰৰ পৰা দুয়ো দেশৰ সৈন্যক আঁতৰ কৰা কাম আৰম্ভ কৰিছিল।

আৰু পঢ়িব পাৰিব : গালোৱান সংঘৰ্ষ : প্ৰথমবাৰলৈ নিজৰ ক্ষতিৰ কথা স্বীকাৰ চীনৰ

ডেপছাং, হট স্প্ৰীং আৰু গোগৰাৰ পৰা সৈন্য আঁতৰোৱাৰ বিষয়ে শনিবাৰে দশম লানি ছিনিয়ৰ কমাণ্ডাৰ পৰ্যায়ৰ বৈঠকত আলোচনা কৰিব। পেংগো হ্ৰদৰ দক্ষিণ পাৰৰ চুচুলৰ মোলডোত এই বৈঠক অনুষ্ঠিত হ’ব। দুয়ো দেশে পেংগোঙৰ দুয়োপাৰৰ পৰা সৈন্য, টেংক আৰু অন্য সমৰাস্ত্ৰ আঁতৰাই নি দীৰ্ঘদিনে চলি থকা সংঘৰ্ষপ্ৰৱণ অৱস্থাৰ অৱসান ঘটোৱাৰ দিশে খোজ দিছে।

আৰু পঢ়িব পাৰিব : পোষ্টেল বেলট : কেন্দ্ৰ, নিৰ্বাচন আয়োগলৈ জাননী উচ্চতম ন্যায়ালয়ৰ

শেহতীয়াকৈ প্ৰকাশ পোৱা উপগ্ৰহীয় আলোকচিত্ৰত দেখা গৈছে যে, জানুৱাৰী মাহত চীনা সৈন্যৰ যিবোৰ শিবিৰ সীমান্তত দেখা গৈছিল সেইবোৰ আঁতৰাই নিয়া হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ