--°C
Loading...
Listen to Article
2 min read
80%

কৰিমগঞ্জ : পাছপোৰ্ট, ভিছাৰ নিয়ম উলংঘা কৰাৰ বাবে বাংলাদেশৰ এগৰাকী ইছলামিক নেতাক ওভতাই পঠিয়ালে ভাৰতে। কৰিমগঞ্জ আৰক্ষীয়ে আজি সুতাৰকান্দি সীমান্তৰে ইছলামিক নেতা মুফতি হুছেইন আহমদ ছিদ্দিকিক বাংলাদেশলৈ ওভতাই পঠিয়ায়।

আৰু পঢ়িব পাৰিব : লাডাখ সীমান্তৰ বিবদমান স্থানৰপৰা আঁতৰিল ভাৰত-চীনৰ সৈন্য


ছিদ্দিকিৰ ঘৰ বাংলাদেশৰ ব্ৰাহ্মণবাৰিয়াত। তেওঁ যোৱা ফেব্ৰুৱাৰী মাহত চিকিৎসাৰ ভিছা লৈ ভাৰতত প্ৰৱেশ কৰি অসমৰ বিভিন্ন জিলাৰ লগতে কৰিমগঞ্জৰ বহু এলেকাত ধৰ্ম প্ৰচাৰ কৰিছিল। অৱশ্যে পাথাৰকান্দিত ওয়াজ মেহফিলত অংশ লোৱাৰ পূৰ্বে কৰিমগঞ্জ আৰক্ষীয়ে বাংলাদেশৰ ইছলামিক নেতাজনক আটক কৰিবলৈ সক্ষম হয়।

আৰু পঢ়িব পাৰিব : গালোৱান সংঘৰ্ষ : প্ৰথমবাৰলৈ নিজৰ ক্ষতিৰ কথা স্বীকাৰ চীনৰ


উল্লেখ্য যে, হুছেইন মুফতিয়ে চিকিৎসা কৰোঁৱাৰ নামত ভিছা সংগ্ৰহ কৰি ধৰ্ম প্ৰচাৰ আৰম্ভ কৰিছিল।অতিৰিক্ত আৰক্ষী অধীক্ষক পংকজ যাদৱৰ নেতৃত্বত আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি তেওঁক আটক কৰি নিজ দেশলৈ ওভতাই পঠিয়ায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ