--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • প্ৰতিটো বস্তাত ৪৫ কিলোগ্ৰামকৈ সাৰ থকাৰ ফলত জব্দকৃত সাৰৰ মুঠ পৰিমাণ প্ৰায় ২২ হাজাৰ ৫০০ কিলোগ্ৰাম।

ডিজিটেল ডেস্ক: লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ। লাইলাপুৰ আৰক্ষীয়ে জব্দ কৰিলে বৃহৎ পৰিমাণৰ ইউৰিয়া সাৰ। মিজোৰামলৈ সৰবৰাহৰ উদ্দেশ্যে নিয়া হৈছিল এই বিপুল পৰিমাণৰ ইউৰিয়া সাৰ।


লাইলাপুৰ আৰক্ষী চেকপ’ষ্টত মিজোৰাম অভিমুখে গৈ থকা AS-01-OC-6736 নম্বৰৰ এখন ট্ৰাক আৰক্ষীয়ে আটক কৰে। ট্ৰাকখনত তালাচী চলাই আৰক্ষীয়ে ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ কৰে।


প্ৰতিটো বস্তাত ৪৫ কিলোগ্ৰামকৈ সাৰ থকাৰ ফলত জব্দকৃত সাৰৰ মুঠ পৰিমাণ প্ৰায় ২২ হাজাৰ ৫০০ কিলোগ্ৰাম।


আৰক্ষীৰ তথ্য অনুসৰি, জব্দ কৰা এই সাৰৰ ক’লা বজাৰৰ মূল্য প্ৰায় ৬ লাখ টকা। এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত ট্ৰাকচালক, ত্ৰিপুৰাৰ পানীসাগৰৰ বাসিন্দা বদৰুদ্দিনক আৰক্ষীয়ে আটক কৰিছে।


ঘটনাৰ সন্দৰ্ভত লাইলাপুৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ