--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লিচুৰ সোৱাদ সকলোৱে বৰ ভালপায়। বজাৰত লিচু অতি কম দিনৰ কাৰণেহে ওলায়। আপুনি দেখে যে বজাৰত লিচু সদায় ডাল-পাতৰ সৈতে বিক্ৰী হয়। ইয়াৰ কাৰণ কি বাৰু? কেতিয়াবা ভাবি চাইছেনে? লিচু কিনাৰ সময়ত বহু মানুহ এই কথাত বিৰক্ত হয়। কিন্তু ইয়াৰ আঁৰত কি কাৰণ আছে জানি লওক। যেতিয়ালৈকে ডাল-পাতবোৰ থাকে তেতিয়ালৈকে লিচু সতেজ হৈ থাকে।

ডালৰ সৈতে লিচুখিনি যিমান পাৰি দীঘলীয়াকৈ ৰাখিব লাগে। ক্ৰয় কৰাৰ লগে লগে লিচুৰ ডাল-পাত পেলাই নিদিব।

ঠাণ্ডা পানীত লিচু বহুদিন সতেজ হৈ থাকে। গতিকে ঠাণ্ডা পানীৰে ভৰপূৰ পাত্ৰ এটাত ঠাৰিৰ সৈতে লিচুখিনি ২-৩ দিন ৰাখক। ফলত লিচুৰ পৰাও ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ আঁতৰি যায়।

লিচু এনেদৰে ৰখাৰ পিছত খুব ভালকৈ মচি শুকানকৈ ৰাখিব লাগে। 

ক্ৰয় কৰাৰ আগতে লিচুবোৰ ভালদৰে পৰীক্ষা কৰক। যদি কোনো লিচু অতিমাত্ৰা পকিছে তেন্তে প্ৰথমেই বাদ দিয়ক।

কিনাৰ সময়ত প্লাষ্টিকৰ বেগত লিচু কিনি নানিব। প্লাষ্টিকৰ প্ৰভাৱত লিচুৰ পচনশীলতা বাঢ়ি যায়। সদায় কাগজ বা কাপোৰৰ বেগত লিচু কিনিব লাগে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ