--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • জানিব পৰা মতে জন্মদিনৰ খানাৰ বাবে অনা চিলিণ্ডাৰ বিস্ফোৰিত হৈ শেষ হ'ল দেৱব্ৰত চৌধুৰী, পম্পী চৌধুৰীৰ জীৱন।

ডিজিটেল ডেস্ক : গুৱাহাটীৰ ভৰলুমুখত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। কন্যাৰ জন্মদিনৰ দিনাই কৰুণ মৃত্যুক সাবটিলে এক দম্পতীয়ে। কন্যাৰ জন্মদিন পালন কৰিবলৈ সাজু হৈছিল পিতৃ-মাতৃ কিন্তু হঠাতে পৰিয়ালটোলৈ নামি আহিল কাল অমানিশা। ঘৰখনত চিলিণ্ডাৰ বিস্ফোৰণ ঘটি ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত হয় আৰু সেই অগ্নিকাণ্ডতে প্ৰাণ হেৰুৱালে পতি-পত্নীয়ে।


জীৱন্তে অগ্নিদগ্ধ হৈ দেৱব্ৰত চৌধুৰী, পম্পী চৌধুৰীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।


পতি-পত্নীয়ে কন্যাৰ জন্মদিন উদযাপনৰ বাবে কৰিছিল প্ৰস্তুতি। প্ৰায় ১০০ শতাংশ অগ্নিদগ্ধ হয় স্বামী-স্ত্ৰী।ভৰলুমুখৰ প’ষ্ট অফিচ বিল্ডিঙৰ তৃতীয় মহলাত সূত্ৰপাত হয় জুইৰ। চিলিণ্ডাৰ বিস্ফোৰণৰ ফলতে সূত্ৰপাত হয় জুইৰ। ঘটনাস্থলীত উপস্থিত অগ্নিনিৰ্বাপক বাহিনীৰ ৩খন বাহন।বহু সময় ধৰি জুই নিৰ্বাপনৰ চেষ্টা অগ্নিনিৰ্বাপক বাহিনীৰ। অগ্নিকাণ্ড দুজনকৈ লোক আহত হোৱা বুলি জনাইছে অগ্নি নিৰ্বাহক বাহিনীৰ লোকে।


ঘৰটোত কেইবাবছৰ ধৰি ভাড়াতীয়া হিচাপে আছিল চৌধুৰী দম্পতী।


জানিব পৰা মতে জন্মদিনৰ খানাৰ বাবে অনা চিলিণ্ডাৰ বিস্ফোৰিত হৈ শেষ হ'ল দেৱব্ৰত চৌধুৰী, পম্পী চৌধুৰীৰ জীৱন।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ