--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ১৭ নবেম্বৰ অৰ্থাৎ কাইলৈ ৰাজ্যজুৰি গছপুলি ৰোপণ কৰিব আছুৱে। ১৮ নবেম্বৰৰ পুৱা ৰাজ্যজুৰি মানৱশৃঙ্খল, সন্ধিয়ালৈ বন্তি প্ৰজ্বলন।

ডিজিটেল ডেস্ক : প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ওপজা দিন ৩ দিনীয়াকৈ উদযাপন কৰিব আছুৱে। আজি প্ৰথমটো দিনত নেহৰু পাৰ্কত "ৰং তুলিকাৰ এদিন" শীৰ্ষক অনুষ্ঠান।


১৭ নবেম্বৰ অৰ্থাৎ কাইলৈ ৰাজ্যজুৰি গছপুলি ৰোপণ কৰিব আছুৱে। ১৮ নবেম্বৰৰ পুৱা ৰাজ্যজুৰি মানৱশৃঙ্খল, সন্ধিয়ালৈ বন্তি প্ৰজ্বলন।


নেহৰু পাৰ্কত উপস্থিত আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি উৎপল শৰ্মা, সাঃ সম্পাদক সমীৰণ ফুকন।


আছুৰ নেতৃত্বই কয় যে "এয়া জুবিন গাৰ্গবিহীন প্ৰথমটো জন্মদিন। পূৰ্বতে যেনেদৰে উদযাপন কৰা হৈছিল এইবাৰ তেনেদৰে পালন কৰা নহব। ৰাজ্যৰ প্ৰতিটো পৰিয়াল শোকত আছে।


আমি ন্যায়ৰ কথাটো গুৰুত্ব দিব লাগিব। কঠোৰ এখন চাৰ্জশ্বীট দাখিল কৰিব লাগিব SITয়ে। ন্যায় লাগিব আমাক, ন্যায় মানে দোষীয়ে কঠোৰ শাস্তি পাব লাগিব।"


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন