--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • জব্দকৃত বাহনখনৰ ভিতৰৰ পৰা বিভিন্ন ধৰণৰ বিদ্যুতৰ সামগ্ৰী, AC কপাৰ তাঁৰ, লগতে বিদ্যুৎ বিভাগৰ বৃহৎ বৃহৎ বিদ্যুৎ পৰিবাহী তাঁৰ জব্দ কৰে।

ডিজিটেল ডেস্ক: মঙলদৈ আৰক্ষীৰ বৃহৎ সফলতা। ট্ৰাকত ওলাল বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰী। দৰঙৰ খাৰুপেটীয়াৰ পৰা পশ্চিমবংগলৈ চুৰি সামগ্ৰী সমূহ কঢ়িয়াই লৈ যোৱা অৱস্থাত মঙলদৈ আৰক্ষীয়ে বিশেষ সূত্ৰৰ পম খেদি ট্ৰাকখন জব্দ কৰিবলৈ সক্ষম হয়।


জব্দকৃত বাহনখনৰ ভিতৰৰ পৰা বিভিন্ন ধৰণৰ বিদ্যুতৰ সামগ্ৰী, AC কপাৰ তাঁৰ, লগতে বিদ্যুৎ বিভাগৰ বৃহৎ বৃহৎ বিদ্যুৎ পৰিবাহী তাঁৰ জব্দ কৰে।


উল্লেখযোগ্য যে দৰঙত বহু দিনৰ পৰা AC কপাৰ তাঁৰ আৰু এই সমূহ সামগ্ৰী চুৰি কাৰ্য সংঘটিত হৈ আহিছে।


আজি এই সমূহ সামগ্ৰী আৰক্ষীয়ে জব্দ কৰা কাৰ্যক ৰাইজে আদৰণি জনোৱাৰ লগতে এনে চিণ্ডিকেট বন্ধ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰে। এতিয়াও অৱশ্যে এই চুৰি সামগ্ৰীৰ গেংটো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব সক্ষম হোৱা নাই ,তদন্ত অব্যাহত আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ