--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : জ্যোতিষশাস্ত্ৰ অনুসৰি প্ৰতিটো মাহৰে আছে নিজা বৈশিষ্ট্য। যিকোনো মাহত জন্ম হোৱা লোকৰ প্ৰকৃতি, ভৱিষ্যৎ, গুণাগুণ, কেৰিয়াৰ, পছন্দ আৰু অপছন্দ সকলো বেলেগ বেলেগ হয়। সেয়েহে যিকোনো ব্যক্তিৰ ভৱিষ্যৎ জন্ম মাহ, তাৰিখ আৰু ৰাশিৰ ওপৰত আধাৰিত কৰি জানিব পাৰি। আজি আমি মে’ মাহত জন্মগ্ৰহণ কৰাসকলৰ বিষয়ে জানো আহক।

 জ্যোতিষশাস্ত্ৰ অনুসৰি মে’ মাহত জন্মগ্ৰহণ কৰা লোকসকল অতি আকৰ্ষণীয়। তেওঁলোকে জীৱনত যি কৰিবলৈ সংকল্পবদ্ধ হয় তাক সম্পূৰ্ণকৈ কৰে।

 ১. কেৰিয়াৰঃ-মে’ মাহত জন্ম হোৱা লোকসকল যথেষ্ট পৰিশ্ৰমী হয় আৰু জীৱনত এক উচ্চ স্থানপ্ৰাপ্ত কৰে। চাকৰি, ব্যৱসায়ত যথেষ্ট সফলতা লাভ কৰে। মে’ মাহত জন্মগ্ৰহণ কৰা লোকসকল কম্পিউটাৰ, অভিযন্তা, সাংবাদিক, পাইলট আৰু প্ৰশাসনিক বিষয়া কেৰিয়াৰ হিচাপে ল’ব পাৰে। একে সময়তে যুৱতীসকলে ফেশ্বনৰ ক্ষেত্ৰত যথেষ্ট সফলতা লাভ কৰিব পাৰে। তেওঁলোক ফেশ্বন সম্পৰ্কীয় উদ্যোগত অতি সফল হয়ে।

 ২. দেখিবলৈ আকৰ্ষণীয় হয়ঃ-জ্যোতিষশাস্ত্ৰ অনুসৰি মে’ মাহত জন্মগ্ৰহণ কৰা লোকসকল অতি আকৰ্ষণীয় আৰু উৎসাহী হয়। প্ৰথম দৃষ্টিতে তেওঁলোকে সকলোকে আকৰ্ষিত কৰিব পাৰে। এই মাহত জন্মগ্ৰহণ কৰা লোকসকলৰ বুদ্ধি তীক্ষ্ণ হয়। তেওঁলোকে তীক্ষ্ণ মনোবলত যিকোনো কামত সহজে সফলতা অৰ্জন কৰে।

 ৩. শিল্পীসুলভ মনোবৃত্তিৰ হয়ঃ-মে’ মাহত জন্মগ্ৰহণ কৰা লোকসকল সাহিত্য আৰু কলাপ্ৰেমী হয়। কেৱল সেয়াই নহয়, এই লোকসকলে চিত্ৰাংকন, নৃত্য আৰু গানৰ প্ৰতি বিশেষভাৱে আগ্ৰহী।

 ৪. ৰোমান্টিক হয়ঃ-জ্যোতিষশাস্ত্ৰৰ মতে, শুক্ৰ গ্ৰহৰ প্ৰভাৱ এই মাহত জন্ম হোৱা লোকসকলৰ ওপৰত থাকে আৰু তেওঁলোক স্বভাৱগত ৰোমান্টিক হয়। শুক্ৰ গ্ৰহটোক প্ৰেম আৰু কামৰ প্ৰতিনিধি বুলি গণ্য কৰা হয়।

 ৫. খঙাল আৰু জেদী হয়ঃ-মে’ মাহত জন্মগ্ৰহণ কৰা লোকসকলৰ এটা নেতিবাচক দিশ হ'ল তেওঁলোক প্ৰকৃতিগতভাৱে খং আৰু জেদী হয়। খং নেতিবাচক দিশটোৱে এই লোকসকলৰ প্ৰগতিত বাধাৰ সৃষ্টি কৰে। মে’ মাহত জন্মগ্ৰহণ কৰা লোকসকলে তেওঁলোকৰ নেতিবাচক দিশবোৰৰ প্ৰতি বিশেষ মনোযোগ দিয়া উচিত।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ