--°C
Loading...
Listen to Article
2 min read
80%

১১ মে',বুধবাৰ,২০২২

মেষ: আত্মবিশ্বাস বাঢ়িব। মনৰ আনন্দ বৃদ্ধি। স্বাস্থ্যত শুভ।

বৃষ: সামাজিক সক্ৰিয়তা বৃদ্ধি পাব। পৰকীয়া প্ৰেমত লিপ্তসকলৰ মানহানি। আৱেগ বৰ্জন কৰক।

মিথুন : কৃতিত্ব লাভৰ যোগ। কোনো কথাত ধৈৰ্য্যৰ প্ৰয়োজন হ’ব। প্ৰদূষণে কষ্ট দিব পাৰে। কুকুৰ-বান্দৰৰ পৰা সাৱধান।

কৰ্কট : খং, ক্ষোভ, চঞ্চলতা এৰাই চলক। মধুমেহ, ৰক্তচাপ বৃদ্ধি হ’ব পাৰে। প্ৰতিৱেশীৰ পৰা কষ্ট পাব। শুভ সংখ্যা পাঁচ।

সিংহ : সুনাম, কৃতিত্বৰ লাভৰ যোগ। কাম-কাজত বেমেজালি আঁতৰিব। শুভ ৰং কমলা। সমাজৰ কামত দৃঢ়তা।

কন্যা : আশা পূৰণৰ সংকেত। আনক আপদ বুলি নধৰিব। শুভ ৰং গোলাপী। সংঘাত আঁতৰিব।

তুলা : গুপ্ত শত্ৰু পৰাভূত হ’ব। মাংগলিক চিন্তাত ব্ৰতী। আলহীৰ সমাগম। ৰোগৰ ভয় দূৰ হব।

বৃশ্চিক : সমস্যা সমাধানত আত্মীয়ৰ সংযোগ। আলহীৰ সমাগম। খৰচ বৃদ্ধি। শুভ সংখ্যা পাঁচ।

ধনু : কৰ্মত অনামনা নহ’ব। সুস্থিৰ চিন্তাত ব্ৰতী থাকক। শুভ ৰং মেৰুণ। মিছা নক’ব। ভ্ৰমণৰ যোগ।

মকৰ : বস্তুবাদী লোকে জনপ্ৰিয়তা হেৰুৱাব পাৰে। আনক প্ৰশংসা কৰক। বিদ্যাত আনন্দ।

কুম্ভ : অনেক জ্ঞানৰ সুযোগ পাব।কোনো মাংগলিক কৰ্মত যোগদান। ৰাজনৈতিক সচেতনতা বৃদ্ধি।

মীন : মনত কোনো চঞ্চলতা আৰু উদাস ভাব নাৰাখিব। ধূমপান নকমালে কৰ্কট ৰোগ হব। অবৈধ প্ৰেমত মানহানি।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ