--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • দুটি সন্তানৰ পিতৃ ইছৰাইলে বিগত মাৰ্চ মাহৰ ২০ তাৰিখে স্থানীয় কেইগৰাকীমান লগৰীয়াৰ সৈতে কেৰেলাত কৰ্মসংস্থাপন বিচাৰি ৰাওনা হৈছিল ৷

ডিজিটেল ডেস্কঃ  বহি:ৰাজ্যত কৰ্মসংস্থাপনৰ বাবে গৈ সন্ধানহীন মৰাণৰ যুৱক।  সাত মাহে সন্ধান নাই হালমাৰিৰ ইছৰাইল উৰাঙৰ, পৰিয়ালত হাহাকাৰ। বিগত ৭ মাহ ধৰি সন্ধানহীন হৈ আছে মৰাণৰ হালমাৰি চাহ বাগিচাৰ জংঘল লাইন নিবাসী ইছৰাইল উৰাং নামৰ ৩৫ বছৰীয়া যুৱকজন ৷


দুটি সন্তানৰ পিতৃ ইছৰাইলে বিগত মাৰ্চ মাহৰ ২০ তাৰিখে স্থানীয় কেইগৰাকীমান লগৰীয়াৰ সৈতে কেৰেলাত কৰ্মসংস্থাপন বিচাৰি ৰাওনা হৈছিল ৷ কিন্তু কেৰেলাৰ গন্তব্যস্থানত উপস্থিত হোৱাৰ পূৰ্বেই লগৰীয়াৰ সৈতে যোগাযোগ বিচিন্ন হৈ পৰিছিল ইছৰাইল উৰাঙৰ ৷


ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী ইছৰাইল উভটি আহিব বুলি আশাৰে বাট চাই আছিল পত্নী আৰু দুই সন্তানে ৷ কিন্তু সুদীৰ্ঘ সাত মাহে যুৱকজনৰ কোনো সন্ধান নোপোৱাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে পৰিয়ালটোত ৷ স্বামীৰ সন্ধান বিচাৰি পত্নীয়ে যোৱা ১৭ অক্টোবৰত খোৱাং আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ৷




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ