--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • মানসিক ৰোগী হোৱাই কাল হ'ল দুৰ্ভগীয়া পত্নী জুমি চুতীয়াৰ। মানসিক ৰোগীক চিকিৎসায়লৈ নিয়াৰ পৰিবৰ্তে মৰিয়াই মৰিয়াই মাৰিয়াই হত্যা কৰিলে স্বামীয়ে।

ডিজিটেল ডেস্কঃ তিতাবৰ নগাবাট মুক্তি নগৰত এক চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে।তৰুণ চুতীয়া নামৰ এজন ব্যক্তিয়ে মৰিয়াই মৰিয়াই হত্যা কৰিলে নিজ পত্নীক।

মানসিক ৰোগী হোৱাই কাল হ'ল দুৰ্ভগীয়া পত্নী জুমি চুতীয়াৰ। মানসিক ৰোগীক চিকিৎসায়লৈ নিয়াৰ পৰিবৰ্তে মৰিয়াই মৰিয়াই মাৰিয়াই হত্যা কৰিলে স্বামীয়ে।

দীৰ্ঘদিনৰ পৰা পাৰস্পৰিক সংঘাতত লিপ্ত হয় আহিছিল এই হাল দম্পতী। এই সংঘাত গৈ পাইছিল পানীখেতী আৰক্ষী চকীও। মানসিক ৰোগী পত্নীক চিকিৎসালয়লৈ নিয়াৰ পৰিবৰ্তে স্বামীয়ে কেইবাবাৰো লৈ গৈছিল আৰক্ষী থানালৈহে।

অৱশেষত মানসিক ৰোগত আক্ৰান্ত হৈ থকা পত্নীক মঙ্গলবাৰে মৰিয়াই মৰিয়াই হত্যা কৰিলে স্বামী তৰুণ চুতীয়াই। আৰক্ষীৰ জালত পৰা তৰুণে নিজে হত্যা কৰা বুলি দিছে স্বীকাৰোক্তি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ