--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : নেমু ছালৰ বাবে অতি উপকাৰী বুলি জনা যায়। ক’লা দাগ হোৱাৰ কাৰণ হ’ল টোপনিৰ অভাৱ। কিন্তু আপোনাৰ যদি ক'লা দাগৰ সমস্যা আছে তেন্তে নেমুৰ সহায়ত মুখৰ ক’লা দাগ কম কৰিব পাৰি। 

নেমুত ভিটামিন চি আৰু এণ্টিঅক্সিডেণ্ট থাকে, যিয়ে ছালত ক’লা দাগ কমোৱাত সহায় কৰে।‌নেমুত বেক্টেৰিয়া প্ৰতিৰোধী আৰু ভেঁকুৰ প্ৰতিৰোধী গুণ আছে। ই ছালত থকা বেক্টেৰিয়া আৰু ভেঁকুৰবোৰ নাইকিয়া কৰে। ইয়াৰ উপৰি নেমুৱে ছালৰ অন্যান্য সংক্ৰমণ ৰোধ কৰাত সহায় কৰে। এতিয়া জানো আহক নেমু ৰসৰ দ্বাৰা ছালৰ ক'লা দাগ কেনেকৈ আঁতৰ কৰিব পাৰি- 

ইয়াৰ বাবে লাগিব আপোনাক এটা সতেজ নেমু। নেমুটো দুভাগ কৰি লওঁক। পিছত এটা বাটিত ইয়াৰ ৰস উলিয়াই লওক। তাৰ পিছত এটা কপাহৰ টুকুৰাৰ সহায়ত নেমু ৰস আপোনাৰ ক'লা দাগ হোৱা অংশত লগাব। তাৰ পিছত ১০ৰ পৰা ১৫ মিনিট সময় ৰাখি মুখখন ধুব। এইটো আপুনি সপ্তাহত দুবাৰকৈ প্ৰয়োগ কৰিলে আপোনাৰ ক'লা দাগ অতি সহজে নাইকিয়া হ'ব। 

কিন্তু এটা কথাৰ প্ৰতি সাৱধান হোৱা উচিত, নেমুৰ ৰস ব্যৱহাৰ কৰাৰ আগতে পেচ টেষ্ট কৰক। ইয়াৰ ফলত আপোনাৰ ছালে সহ্য কৰিব পাৰে নে নোৱাৰে সেই বিষয়ে জানিব পাৰিব। আনহাতে নেমুৰ ৰস মুখত লগাওঁতে সূৰ্যৰ পোহৰৰ সংস্পৰ্শলৈ অহাৰ পৰা বিৰত থাকিব লাগে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ