--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • পুৱতি নিশা কামপুৰ কঠিয়াতলী সংযোগী পথত থকা তুফান বেকাৰীত এই অগ্নিকাণ্ড।

ডিজিটেল ডেস্কঃ নগাঁৱৰ কঠিয়াতলীত ভয়ংকৰ অগ্নিকাণ্ড। দপদপকৈ জ্বলিল এটা বিস্কুট ফেক্টৰীসহ ৪টাকৈ বাসগৃহ। পুৱতি নিশা কামপুৰ কঠিয়াতলী সংযোগী পথত থকা তুফান বেকাৰীত এই অগ্নিকাণ্ড।


চৌহদত থকা আন তিনিটা বাসগৃহ ভস্মিভূত অগ্নিকাণ্ডত ৷ স্থানীয় ৰাইজৰ সহযোগত চাৰিখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নুমুৱাৰ চেষ্টা ৷


অগ্নিকাণ্ডত দুটা ডি জি, বিস্কুট ফেক্টৰীসহ চাৰিটা বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয়। বিদ্যুতৰ চৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ।


চকুৰ সন্মুখতে নিজৰ বাসগৃহ জুইত জাহ যোৱাত কান্দোনত ভাঙি পৰিছে তুফান বেকাৰী স্বত্বাধিকাৰী ৷




FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত