--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • পতি-পত্নী দুয়ো বিয়লি বিদ্যালয়ৰ পৰা আহিহে গম পাই চুৰিকাণ্ডৰ কথা। ঘৰৰ আটাইকেইটা কোঠা লণ্ড-ভণ্ড কৰে চোৰে।

ডিজিটেল ডেস্কঃ নাৰায়ণপুৰৰ জৰাবাৰী চাৰিআলিত দিনদুপৰতে সংঘটিত হ'ল চুৰিকাণ্ড। পিছলাগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক খগেন বৰুৱাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে থকা বাসগৃহত সংঘটিত হয় চুৰিকাণ্ডৰ ঘটনা।


পতি-পত্নী দুয়ো বিয়লি বিদ্যালয়ৰ পৰা আহিহে গম পাই চুৰিকাণ্ডৰ কথা। ঘৰৰ আটাইকেইটা কোঠা লণ্ড-ভণ্ড কৰে চোৰে।


চোৰে কিমান পৰিমাণৰ সা-সামগ্ৰী লুটি নিয়ে সেয়া এই মুহূৰ্তলৈকে জানিব পৰা হোৱা নাই। সম্প্ৰতি নাৰায়ণপুৰ আৰক্ষী থানাৰ এটা দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।


উল্লেখ্য যে তিনিবছৰ মানৰ পূৰ্বেও উক্ত পৰিয়ালটোৰ বাসগৃহত দিনদুপৰতে সংঘটিত হৈছিল চুৰিকাণ্ডৰ ঘটনা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ