--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : ‘সৰ্বানন্দ সোণোৱাল দেশৰ সবাতোকৈ ব্যৰ্থ মুখ্যমন্ত্রী’- এই অভিযোগ ৰাইজৰ দলৰ৷ অপহৰণ-পণবন্দী-মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধত দেশৰ শীৰ্ষত আছে অসম৷ আজি মহানগৰীৰ মঠঘৰীয়াৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত ৰাইজৰ দলৰ সংবাদমেলত শাসনাধীন চৰকাৰখনৰ বিৰুদ্ধে গুৰুত্বৰ অভিযোগ উত্থাপন কৰে দলটোৱে। এই সংবাদমেলত ভাৰতত সংঘটিত অপৰাধ আৰু অসম শীৰ্ষক ‘ৰাইজৰ হাত পুথি’ মুকলি কৰে। ৰাইজৰ দলৰ অভিযোগ আইন- শৃংখলা ৰক্ষাত সবাতোকৈ ব্যৰ্থ ৰাজ্য অসম৷

আৰু পঢ়িব পাৰিব : নীৰৱ মোদী ভাৰতলৈ! আৰ্থাৰ ৰোড কাৰাগাৰ হ’ব নতুন ঠিকনা

নেচনেল ক্ৰাইম ৰেকৰ্ডছ বিউৰ’ৰ পৰিসংখ্যাত উন্মোচিত হ'ল গৃহ বিভাগৰ চূড়ান্ত বিফলতাৰ ছবি৷ তথ্য সহকাৰে ৰাইজৰ দলে উদঙালে মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ ব্যর্থতাৰ ছবি৷ দেশৰ ভিতৰতে নিষ্কর্মা গৃহ বিভাগ। মুখ্যমন্ত্ৰীযে অব্যাহতি ল'ব লাগে। হাতপুথিৰ জৰিয়তে তথ্য প্ৰকাশ কৰে দলটোৱে।

আৰু পঢ়িব পাৰিব : খহনীয়া প্ৰতিৰোধৰ আঁচনিৰ কাম সম্পূৰ্ণ নৌহওতেই আধাতে কাম সামৰিলে টি কে কোম্পানী

ASDC ( Autonomous State Demand Comitee) ৰ সৈতে ৰাইজৰ দলৰ মিত্ৰতা প্ৰায় সম্পূৰ্ণ হৈছে৷ চূড়ান্ত পর্যায়ত বিপিএফৰ সৈতে ৰাইজৰ দলৰ মিত্ৰতা৷ আনহাতে অখিল গগৈয়ে শিৱসাগৰৰ পৰা নিৰ্বাচন খেলাৰ সম্ভাৱনাৰ কথা দোহাৰে দলটোৱে। এই ক্ষেত্ৰত এজেপি আৰু আন মিত্ৰ দলৰ সৈতে আলোচনা চলি আছে বুলিও উল্লেখ কৰে দলটোৱে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ