--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • পৰীক্ষাৰ্থীসকলক তেওঁলোকৰ বেংকৰ বিশদ, একাউণ্টধাৰীৰ নাম, একাউণ্ট নম্বৰ আই এফ এছ চি কোড আৰু বেংকৰ নাম সঠিককৈ পূৰণ কৰাৰ বাবে পৰামৰ্শ দিয়া হৈছে যাতে ৰিফাণ্ডৰ প্রক্রিয়া সুকলমে সম্পাদন কৰিব পৰা যায়।

ডিজিটেল ডেস্ক: নীট-ইউ জি ২০২৬ পৰীক্ষাৰ প্রশ্নকাকত ফাদিল হোৱাৰ পাছত ৩ মে'ত অনুষ্ঠিত হ'বলগা পৰীক্ষা বাতিল কৰিছিল ৰাষ্ট্ৰীয় টেষ্টিং এজেঞ্চিয়ে (এন টি এ)। বৃহস্পতিবাৰে এন টি এই পৰীক্ষাৰ্থীসকলৰ পৰীক্ষা মাচুল ঘূৰাই দিয়াৰ বাবে এটা 'ৰিফাণ্ড প'ৰ্টেল' মুকলি কৰে। 


অৱশ্যে, ঘূৰাই দিয়া পৰীক্ষা মাচুলৰ ভিতৰত 'বেংকৰ চাৰ্জ' অন্তর্ভুক্ত নহ'ব। পৰীক্ষাৰ্থীসকলক তেওঁলোকৰ বেংকৰ বিশদ, একাউণ্টধাৰীৰ নাম, একাউণ্ট নম্বৰ আই এফ এছ চি কোড আৰু বেংকৰ নাম সঠিককৈ পূৰণ কৰাৰ বাবে পৰামৰ্শ দিয়া হৈছে যাতে ৰিফাণ্ডৰ প্রক্রিয়া সুকলমে সম্পাদন কৰিব পৰা যায়। সাধাৰণ শ্ৰেণীৰ পৰীক্ষাৰ্থীয়ে ১৭০০ টকা, অ' বি চি প্রার্থীয়ে ১৬০০ টকা, এছ চি-এছ টি প্রার্থীয়ে ১০০০ টকা ঘূৰাই পাব। আনহাতে, এন টি এই স্পষ্ট কৰি দিয়ে যে আৱেদনৰ প্ৰক্ৰিয়াৰ সময়ত কৰা নিৰ্বাচিত পৰীক্ষাৰ মাধ্যম সলনি কৰাৰ অনুমতি দিয়া নহ'ব। 


উল্লেখযোগ্য যে নীট-ইউ জি ২০২৬ৰ পৰীক্ষা অহা ২১ জুনত পুনৰ অনুষ্ঠিত কৰা হ'ব। সংশোধিত সূচীৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে প্ৰাৰ্থীসকলৰ পৰা কোনো ধৰণৰ অতিৰিক্ত মাচুল লোৱা নহ'ব।

উৎস: দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ