--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু জিলা দণ্ডাধীশৰ উপস্থিতিত মৃত নৱজাতকটি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

ডিজিটেল ডেস্কঃ মানৱ সমাজক লজ্জানত কৰা এটা ঘটনা আজি নামৰূপত সংঘটিত হয়।


নামৰূপ ডিস্ক মাৰ্কেটৰ সমীপৰ টেলিফ’ন এক্সচেঞ্জৰ কাৰ্যালয়ৰ কাষৰ নলাত এটি মৃত নৱজাতক উদ্ধাৰ হয় ।


প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰী নিশাৰ ভাগতেই কোনো পাষণ হৃদয়ৰ লোকে উক্ত নৱজাতকটি পেলাই থৈ যায় বুলি অনুমান কৰে।


উপস্থিত ৰাইজে উক্ত ঘটনা সংঘটিত কৰা নৰাধমক তীব্ৰ ভাষাৰে গৰিহনা দিয়ে। পাছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু জিলা দণ্ডাধীশৰ উপস্থিতিত মৃত নৱজাতকটি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।


দোষীক চিনাক্ত কৰি কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী তুলিছে নামৰূপবাসীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ