--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এই ভাবুকি পোৱাৰ পিছতে আতংকিত হৈ পৰিছে সকলো মহাবিদ্যালয় প্ৰশাসন। এই বিষয়ে আটাইকেইখন মহাবিদ্যালয়ে আৰক্ষীক অৱগত কৰিছে।

ডিজিটেল ডেস্কঃ ৰাজধানী দিল্লীৰ চাণক্যপুৰীত অৱস্থিত জিছুছ আৰু মেৰী কলেজকে ধৰি প্ৰায় ২০খন কলেজে বোমাৰ ভাবুকি লাভ কৰিছে। ই-মেইলৰ জৰিয়তে আটাইকেইখন কলেজত ভাবুকি দিয়া হৈছে।


এই ভাবুকি পোৱাৰ পিছতে আতংকিত হৈ পৰিছে সকলো মহাবিদ্যালয় প্ৰশাসন। এই বিষয়ে আটাইকেইখন মহাবিদ্যালয়ে আৰক্ষীক অৱগত কৰিছে। এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।


দিল্লী আৰক্ষীৰ মতে, মহাবিদ্যালয়সমূহে ভাবুকি পোৱা বিষয়টোৰ তদন্ত চলাইছিল যদিও তদন্তত এই ভাবুকি ভুৱা বুলি ধৰা পৰে। ই-মেইল পঠোৱা ব্যক্তিজনে ভিপিএন ব্যৱহাৰ কৰা বুলি কোৱা হৈছে।


ইয়াৰ পূৰ্বে দিল্লীৰ বহু বিদ্যালয়ত বোমা বিস্ফোৰণৰ ভাবুকি আহিছে। কিন্তু প্ৰশ্ন হয় দিল্লী আৰক্ষীয়ে তেওঁলোকক ভাবুকি দিয়া লোকসকলক ধৰিব পৰা নাই কিয়?


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ