--°C
Loading...
Listen to Article
2 min read
80%

শ্ৰীনগৰ : জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ জালত পৰিল দুই সন্ত্ৰাসবাদী। জম্মু-কাশ্মীৰৰ বান্দিপোৰা জিলাৰ পৰা লস্কৰ ঈ তৈবা সন্ত্ৰাসবাদী দলৰ সদস্য দুজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।

আৰু পঢ়িব পাৰিব : ভেকচিন লৈ অংগনৱাড়ী সহায়িকাৰ মৃত্যু : নাৰায়ণপুৰত চাঞ্চল্য…

বিশেষ সূত্ৰই দিয়া তথ্যৰ পম খেদি পাপাচান-বান্দিপোৰা দলঙত স্থাপন কৰা তালাচী চকীত সন্ত্ৰাসবাদী দুজনক শুকুৰবাৰে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় নিৰাপত্তাৰক্ষীয়ে। সন্ত্ৰাসবাদী দুজনক আবিদ ৱাজা আৰু বাছিৰ আহমেদ গোজেৰ বুলি চিনাক্ত কৰা হৈছে আৰু দুয়ো উত্তৰ কাশ্মীৰৰ বান্দিপোৰাৰ বাসিন্দা আছিল।

আৰু পঢ়িব পাৰিব : মহানগৰীত পুনৰ কৰ’নাৰ সংক্ৰমণ ! ঘটনাক গাপ দিয়াৰ চেষ্টা…

আৰক্ষী সূত্ৰই তথ্যৰ ভিত্তিত প্ৰকাশ কৰা মতে দুয়োজনে সন্ত্ৰাসবাদী দলৰ সদস্যক আশ্ৰয়, যাতায়াতৰ ব্যৱস্থা আৰু অন্য সা-সুবিধাৰ যোগান ধৰি আহিছিল। দুটা হেণ্ড গ্ৰেনেডকে ধৰি ভালেমান আপত্তিজনক সামগ্ৰী দুয়োৰে পৰা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ